ETV Bharat / bharat

চ'লাৰ চিষ্টেমৰ জৰিয়তে সূৰ্যগ্ৰহণ চাবলৈ হিমাচল প্ৰদেশত বিশেষ ব্যৱস্থা - জিলা প্ৰশাসন

২১ জুনত হিমাচল প্ৰদেশত হ'বলগীয়া সূৰ্যগ্ৰহণ চাবলৈ ৰাজ্যখনৰ ৰাজধানীত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ৰাতিপুৱা ১০ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১ বাজি ৪৮ মিনিটত সূৰ্যগ্ৰহণ সমাপ্ত হ'ব ।

himachal-to-popularise-solar-eclipse-on-june-21

author img

By

Published : Jun 19, 2020, 5:07 PM IST

নিউজ ডেস্ক, ১৯ জুন : ২১ জুনত হিমাচল প্ৰদেশত হ'বলগীয়া সূৰ্যগ্ৰহণ চাবলৈ ৰাজ্যখনৰ ৰাজধানীত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তথ্য অনুসৰি হিমাচল প্ৰদেশত উক্ত দিনা সূৰ্যগ্ৰহণ ৰাতিপুৱা ১০ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১ বাজি ৪৮ মিনিটত সমাপ্ত হ'ব ।

himachal-to-popularise-solar-eclipse-on-june-21
চ'লাৰ চিষ্টেমৰ জৰিয়তে সূৰ্যগ্ৰহণ চাবলৈ হিমাচল প্ৰদেশত বিশেষ ব্যৱস্থা

হিমাচল প্ৰদেশৰ বিজান পৰ্যবেক্ষণ পৰিষদ চমুকৈ HIMCOSTE য়ে ৰাজ্যখনৰ সচিবালয়ৰ ওচৰত সীমিত দৰ্শকৰ বাবে সৃৰ্যগ্ৰহণ চোৱাৰ ব্যৱস্থা কৰিছে । লগতে, সংস্থাটোৱে সকলো প্ৰাথমিক শিক্ষাৰ অধিকাৰী সকলক নিৰ্দেশ প্ৰদান কৰিছে যে,চ'লাৰ চিষ্টেমৰ জৰিয়তে সকলো জিলাতে সূৰ্যগ্ৰহণ চাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক : প্ৰাক্তন অৰ্থনীতিবিদ বি পি আৰ বিট্টল বাৰুৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.