নিউজ ডেস্ক, 10 মে' : ক'মাত আছে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগী ৷ উল্লেখ্য যে, শনিবাৰে পুৱা হঠাতে হাৰ্ট এটেক হোৱাৰ ফলত সংকটজনক অৱস্থাত ৰায়পুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ চিকিৎসকে দিয়া তথ্য অনুসৰি, অজিত যোগীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক ৷ উল্লেখ্য যে, পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হোৱাৰ ফলত বিগত বহু বছৰে হুইল চেয়াৰত আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷
ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক - ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগী
ৰায়পুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীক ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক ৷

ক'মাত আছে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগী