- চুৰাটৰ অট্টালিকাত ভয়ংকৰ জুই চুৰাটত ভয়ংকৰ অগ্নিকাণ্ডঃ
- এটা ক’চিং চেণ্টাৰত সংঘটিত এই অগ্নিকাণ্ড
- আৰক্ষীৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে নিহত 19 জনতকৈ অধিক
- প্ৰাণৰ মমতাত তিনিমহলীয়া অট্টালিকাৰ পৰা জপিয়ালে মানুহে
- ইটিভি ভাৰতৰ হাতত লোমহৰ্ষক দৃশ্য
- ইতিমধ্যে এই অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 4 লাখ টকাৰ আৰ্থিক সাহাৰ্য
- সাহাৰ্যৰ বাবে এইমছলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ
চুৰাটত ভয়ংকৰ অগ্নিকাণ্ডঃ 19 জনতকৈ অধিক নিহত - FIRE
চুৰাটৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত 19 জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে আহত হয় বহুজন ৷

চুৰাটত ভংকৰ অগ্নিকাণ্ড
- চুৰাটৰ অট্টালিকাত ভয়ংকৰ জুই চুৰাটত ভয়ংকৰ অগ্নিকাণ্ডঃ
- এটা ক’চিং চেণ্টাৰত সংঘটিত এই অগ্নিকাণ্ড
- আৰক্ষীৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে নিহত 19 জনতকৈ অধিক
- প্ৰাণৰ মমতাত তিনিমহলীয়া অট্টালিকাৰ পৰা জপিয়ালে মানুহে
- ইটিভি ভাৰতৰ হাতত লোমহৰ্ষক দৃশ্য
- ইতিমধ্যে এই অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 4 লাখ টকাৰ আৰ্থিক সাহাৰ্য
- সাহাৰ্যৰ বাবে এইমছলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ
Intro:Body:
Conclusion:
fire breaks out
Conclusion:
Last Updated : May 24, 2019, 10:12 PM IST