ETV Bharat / bharat

মুক্তি লাভ কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই

author img

By

Published : Mar 13, 2020, 7:30 PM IST

মোডী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ উঠাই দিয়াৰে পৰা বিগত 7 মাহে আটক কৰি ৰখা হৈছিল ফাৰুক আব্দুল্লাক ৷

Farooq Abdullah released from detention
মুক্তি লাভ কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই

নেশ্বনেল ডেক্স,13 মাৰ্চঃ শুকুৰবাৰে মুক্তি লাভ কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই ৷ মুক্তি লাভ কৰিয়েই তেখেতে কয় যে, "মই এতিয়া মুক্ত, কিন্তু আমাৰ কেইবাগাৰকী নেতা এই পৰ্যন্ত আটকাধীন হৈ আছে, সেয়েহে এই স্বাধীনতা পূৰ্ণ স্বাধীনতা নহয় ৷" মোডী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ উঠাই দিয়াৰে পৰা বিগত 7 মাহে আটক কৰি ৰখা হৈছিল ফাৰুক আব্দুল্লাক ৷ ৰাজ্যখনৰ গৃহ সচিব শালীন কাবৰাই এক আদেশ প্ৰদান কৰি কয় যে, পিএচএই 17 চেপ্তেম্বৰত আব্দুল্লাক আহ্বান কৰে আৰু 13 ডিচেম্বৰত ইয়াৰ সময়সীমা বৃদ্ধি কৰা হয় ৷ উক্ত আদেশটো তাৎৰক্ষণিক ভাৱে কাৰ্যকৰী কৰা হয় ৷

লগতে পঢ়ক-বিশ্ব টোপনি দিৱসঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.