ETV Bharat / bharat

আনুষ্ঠানিকভাৱে বন্ধ হ'ল দিল্লী-লাহোৰ বিশেষ বাছসেৱা - অনিৰ্দিষ্ট কাললৈ

ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ দ্ৰুত অৱনতিৰ পৰিণতিত দুয়োখন দেশেই বন্ধ কৰিছে সকলোধৰণৰ ৰাজনৈতিক-অৰ্থনৈতিক-কূটনৈতিক-আমোলাতান্ত্ৰিক সেৱা ৷ শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত সমঝোটা এক্সপ্ৰেছ ৰে'লসেৱা বন্ধ হৈ পৰাৰ পিচতে সোমবাৰে আনুষ্ঠানিকভাৱে বন্ধ কৰা হয় দিল্লী-লাহোৰ বিশেষ বাছসেৱা ৷

আনুষ্ঠানিকভাৱে বন্ধ হ'ল দিল্লী-লাহোৰ বিশেষ বাছসেৱা
author img

By

Published : Aug 12, 2019, 8:55 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ ভাৰত-পাকিস্তানৰ মাজত দ্ৰুত হাৰত অৱনতি ঘটিছে দ্বিপাক্ষিক সম্পৰ্কৰ ৷ জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ লগতে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতে দুয়োখন দেশেই বন্ধ কৰি দিছে সকলোধৰণৰ দ্বি-পাক্ষিক সম্পৰ্ক ৷ দুয়োখন দেশেই বন্ধ কৰি দিছে সকলোধৰণৰ ৰাজনৈতিক-অৰ্থনৈতিক-কূটনৈতিক-আমোলাতান্ত্ৰিক সেৱা ৷

ETV BHARAT ASSAM
বন্ধ হ'ল দিল্লী-লাহোৰ বিশেষ বাছসেৱা

শেহতীয়াকৈ দিল্লী পৰিবহন নিগমে সোমবাৰৰ পৰা বন্ধ কৰি দিয়ে ভাৰত-পাকিস্তানৰ মাজত চলাচল কৰা দিল্লী-লাহোৰ বিশেষ বাছসেৱা ৷ বিগত শনিবাৰেই দিল্লীৰ পৰা দুগৰাকী যাত্ৰী লৈ এখন বাছ লাহোৰলৈ গৈছিল আৰু সন্ধিয়াৰ ভাগত এখন বাছে লাহোৰৰ পৰা তিনিগৰাকী যাত্ৰী লৈ দিল্লীলৈ আহিছিল ৷ তাৰ পিচতেই দিল্লী পৰিবহন নিগমে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে দুয়োখন দেশৰ মাজত চলাচল কৰা এই বিশেষ বাছসেৱা ৷

Intro:Body:

আনুষ্ঠানিকভাৱে বন্ধ হ'ল দিল্লী-লাহোৰ বিশেষ বাছসেৱা

ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ দ্ৰুত অৱনতিৰ পৰিনতিত দুয়োখন দেশেই বন্ধ কৰিছে সকলোধৰণৰ ৰাজনৈতিক-অৰ্থনৈতিক-কূটনৈতিক-আমোলাতান্ত্ৰিক সেৱা ৷ শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত সমঝোটা এক্সপ্ৰেছ ৰে'লসেৱা বন্ধ হৈ পৰাৰ পিচতে সোমবাৰে আনুষ্ঠানিকভাৱে বন্ধ কৰা হয় দিল্লী-লাহোৰ বিশেষ বাছসেৱা ৷ 

নিউজ ডেস্ক, 12 আগষ্টঃ ভাৰত-পাকিস্তানৰ মাজত দ্ৰুত হাৰে অৱনতি ঘটিছে দ্বিপাক্ষিক সম্পৰ্কৰ ৷ জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ লগতে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতে দুয়োখন দেশেই বন্ধ কৰি দিছে সকলোধৰনৰ দ্বিপাক্ষিক সম্পৰ্ক ৷ দুয়োখন দেশেই বন্ধ কৰি দিছে সকলোধৰণৰ ৰাজনৈতিক-অৰ্থনৈতিক-কূটনৈতিক-আমোলাতান্ত্ৰিক সেৱা ৷ 

শেহতীয়াকৈ দিল্লী পৰিবহন নিগমে সোমবাৰৰ পৰা বন্ধ কৰি দিয়ে ভাৰত-পাকিস্তানৰ মাজত চলাচল কৰা দিল্লী-লাহোৰ বিশেষ বাছসেৱা ৷ বিগত শনিবাৰেই দিল্লীৰ পৰা দুগৰাকী যাত্ৰী লৈ এখন বাছ লাহোৰলৈ গৈছিল আৰু সন্ধিয়াৰ ভাগত এখন বাছে লাহোৰৰ পৰা তিনিগৰাকী যাত্ৰী লৈ দিল্লীলৈ আহিছিল ৷ তাৰ পিচতেই দিল্লী পৰিবহন নিগমে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে দুয়োখন দেশৰ মাজত চলাচল কৰা এই বিশেষ বাছসেৱা ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.