ETV Bharat / bharat

চন্দ্ৰযান-2ৰ উৎক্ষেপন স্থগিত

author img

By

Published : Jul 15, 2019, 3:47 AM IST

Updated : Jul 15, 2019, 4:08 AM IST

কাৰিকৰী বিসংগতিৰ বাবে স্থগিত ৰখা হ'ল চন্দ্ৰযান-2ৰ উৎক্ষেপন

চন্দ্ৰযান-2ৰ উৎক্ষেপন স্থগিত

নিউজ ডেস্ক,15 জুলাইঃ স্থগিত হ'ল চন্দ্ৰযান-2 ৰ উৎক্ষেপন ৷ উৎ‍ক্ষেপণৰ বাবে অন্তিম প্ৰস্তুতি চলাই থকাৰ সময়তে কাৰিকৰী বিজুতিয়ে দেখা দিয়ে চন্দ্ৰযান-2ত ৷ শীঘ্ৰেই ISRO ই ঘোষণা কৰিব চন্দ্ৰযান-2ৰ উৎক্ষেপনৰ পৰৱৰ্তী তাৰিখ ৷

উল্লেখযোগ্য যে,5 জুলাই অৰ্থাৎ,সোমবাৰে পুৱা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা 2 বাজি 51 মিনিটতত উৎ‍ক্ষেপণ কৰাৰ কথা আছিল চন্দ্ৰযান-2ৰ ৷ 603 কোটি টকা ব্যয় সাপেক্ষে সাজু কৰি তোলা হৈছে এই চন্দ্ৰযান-2 ৷ চন্দ্ৰযান অভিযানত বিশেষ ভূমিকা পালন কৰিছে অসম সন্তান তথা যোৰহাটৰ নিবাসী বিজ্ঞানী ড0 জীতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

CHANDRATAN 2 LAUNCH CALLED OFF DUE TO TECHNICAL ERROR

চন্দ্ৰযান-2ৰ উৎক্ষেপন স্থগিত

কাৰিকৰী বিসংগতিৰ বাবে স্থগিত ৰখা হ'ল চন্দ্ৰযান-2ৰ উৎক্ষেপন

নিউজ ডেস্ক,15 জুলাইঃ স্থগিত হ'ল চন্দ্ৰযান-2 ৰ উৎক্ষেপন ৷ উৎ‍ক্ষেপণৰ বাবে  অন্তিম প্ৰস্তুতি চলাই থকাৰ সময়তে কাৰিকৰী বিজুতিয়ে দেখা দিয়া চন্দ্ৰযান-2ত ৷ শীঘ্ৰেই ISRO ই ঘোষণা কৰিব চন্দ্ৰযান-2ৰ উৎক্ষেপনৰ পৰৱৰ্তী তাৰিখ ৷

উল্লেখযোগ্য যে,5 জুলাই অৰ্থাৎসোমবাৰে পুৱা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা 2 বাজি 51 মিনিটতত উৎ‍ক্ষেপণ কৰাৰ কথা আছিল চন্দ্ৰযান-2ৰ ৷ 603 কোটি টকা ব্যয় সাপেক্ষে সাজু কৰি তোলা হৈছে এই চন্দ্ৰযান-2 ৷ চন্দ্ৰযান অভিযানত বিশেষ ভূমিকা পালন কৰিছে অসম সন্তান তথা যোৰহাটৰ নিবাসী বিজ্ঞানী ড0 জীতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ 
Last Updated : Jul 15, 2019, 4:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.