ETV Bharat / bharat

পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰ অভিমুখে চন্দ্ৰযান-2 - ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ

পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰ গ্ৰহৰ দিশে গতি কৰিছে চন্দ্ৰযান-2য়ে ৷ বুধবাৰে এই কথা ঘোষণা কৰে ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰই ৷

পৃথীৱিৰ কক্ষপথ এৰি চন্দ্ৰ দিশে চন্দ্ৰযান-2
author img

By

Published : Aug 14, 2019, 12:46 PM IST

নিউজ ডেস্ক,14 আগষ্টঃ উৎক্ষেপণৰ 23 দিন পিছত বুধবাৰে পুৱা পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰ অভিমুখে গতি কৰিছে চন্দ্ৰযান-2 য়ে ৷ বুধবাৰে এই ঘোষণা কৰে ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰই ৷

20 আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব চন্দ্ৰযান-2য়ে আৰু 7 চেপ্তেম্বৰত চন্দ্ৰ প্ৰষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-2য়ে ৷

BAJRANG DAL PLEDGES FOR 'AKHAND BHARAT' ON PAK I-DAY

পাকিস্তানৰ স্বাধীনতা দিৱসত অখণ্ড ভাৰতৰ সংকল্প বজৰংগ দলৰ

নিউজ ডেস্ক, 14 আগষ্টঃ এলাহবাদ বজৰংগ দলে মঙলবাৰে নিশা পাকিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে আখণ্ড ভাৰতৰ সংসল্প লয় ৷ ভাৰত মাতাৰ এখন ডাঙৰ পোষ্টাৰৰ আগত মাটীৰ চাকি জ্বলাই এখন অখণ্ড ভাৰতৰ সংকল্প লয় তেঁওলোকে ৷ পোষ্টাৰখনত আখণ্ড ভাৰতৰ ভৌগলিক সিমা পূবত বাংলাদেশলৈ আৰু পশ্চিমত আফগানিস্তালৈ ধৰা হৈছে ৷ ধাৰা 370 আৰু 35A উঠাই লোৱাৰ পিছত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ লগত চামিল কৰাৰ দাবি ইত্থাপন কৰি আহিছে ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে এই মাহৰ প্ৰথম ভাগত RSSয়ে RSSৰ মুচলিম ৰাষ্ট্ৰীয় মঞ্চ(MRM)ক আৰু তেঁওলোকৰ সহযোগী দল সমূহক চেমিনাৰ আৰু সমদলৰ জড়িয়তে পাকিস্তান অধিকৃত কাশ্মীৰ আৰু অক্সয় চীন ভাৰতৰ অবিচেদ্দ অংগ বুলি ৰাইজৰ মাজত সজাগতা সৃষ্টী কৰিব বুলি জনাইছিল ৷ 
Bajrang_dalAug14.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.