নিউজ ডেস্ক ,১০ জুলাই: বিহাৰৰ সূৰ্যগঢ় ধনা অঞ্চলত এখন যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত হয় । নাওখনত প্ৰায় ৪০-৫০ জন যাত্ৰীয়ে যাত্ৰা কৰি আছিল । সূৰ্যগঢ় ধনা অঞ্চলৰ চনচনিয়া ঘাটত এই নাও দুৰ্ঘটনাটো সংঘটিত হয় ।
বিহাৰৰ চনচনিয়া ঘাটত নাও দুৰ্ঘটনাঃ 5 যাত্ৰী সন্ধানহীন - বিহাৰ
দূৰ্ঘটনাৰ সময়ত নাওখনত আছিল প্ৰায় ৪০-৫০ জন যাত্ৰী । সূৰ্যগঢ় ধনা অঞ্চলৰ চনচনিয়া ঘাটত সংঘটিত হৈছে এই নাও দুৰ্ঘটনাটো ।
বিহাৰৰ চনচনিয়া ঘাটত নাও দুৰ্ঘটনা
নিউজ ডেস্ক ,১০ জুলাই: বিহাৰৰ সূৰ্যগঢ় ধনা অঞ্চলত এখন যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত হয় । নাওখনত প্ৰায় ৪০-৫০ জন যাত্ৰীয়ে যাত্ৰা কৰি আছিল । সূৰ্যগঢ় ধনা অঞ্চলৰ চনচনিয়া ঘাটত এই নাও দুৰ্ঘটনাটো সংঘটিত হয় ।
Boat Accident at Bihar Chanchania ghat
বিহাৰৰ চনচনিয়া ঘাটত নাও দুৰ্ঘটনা
নাওখনত প্ৰায় ৪০-৫০ জন যাত্ৰীয়ে যাত্ৰা কৰি আছিল । সূৰ্যগঢ় ধনা অঞ্চলৰ চনচনিয়া ঘাটত এই নাও দুৰ্ঘটনাটো সংঘটিত হয় ।