ETV Bharat / bharat

বডোদৰাত বিশেষভাৱে সক্ষম দম্পতিৰ সামাজিক বিবাহ সম্পন্ন

author img

By

Published : Jun 4, 2019, 10:40 AM IST

উল্লেখ্য যে সামাজিক বিবাহ ভাৰতীয় সমাজৰ এক লোকপ্ৰিয় পৰম্পৰা স্বৰূপ  ৷ বিশেষকৈ আৰ্থিকভাৱে পিচপৰা অভিভাৱকসকলৰ ক্ষেত্ৰত সামজিক বিবাহে সন্তানৰ বিবাহ সম্পন্ন কৰোৱাত সহায় আগবঢ়াই আহিছে ৷

বডোদৰাত বিশেষভাৱে সক্ষম দম্পতীৰ সামাজিক বিবাহ সম্পন্ন

নিউজ ডেস্ক, 4 জুনঃ গুজৰাটৰ বডোদৰাত সোমবাৰে 18 টাকৈ বিশেষভাৱে সক্ষম দম্পতিৰ সামাজিক বিবাহ সম্পন্ন হয় ৷ সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সম্পন্ন হোৱা এই সামাজিক বিবাহত আটাইকেইগৰাকী কইনাই ৰঙা সাজ পৰিধান কৰে ৷

Vadodara (Gujarat), June 04 (ANI): As many as 18 specially-abled couples got married at a mass wedding organised in Gujarat's Vadodara on Monday. Brides dressed in red attires were seen performing the wedding rituals as per Hindu tradition at a ceremony. Mass marriages are a popular tradition, especially among the economically backward sections of the Indian society, as they help to reduce the financial burden on the parents or guardians of the brides and grooms.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.