নিউজ ডেস্ক, 17 মে' : সাগৰীয় ঘূৰ্ণী বতাহ ফণীৰ ধ্বংসলীলাত নিৰুদ্দেশ হোৱা প্ৰায় 4000 হৰিণক পুনৰ উভতি আহিছে ওড়িশাৰ পুৰীস্থিত বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ ৷ ওড়িশা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা সচিব সঞ্জয় সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি পুৰী জিলাত অৱস্থিত অভয়াৰণ্যখনলৈ উভতিবলৈ লৈছিল হৰিণসমূহ ৷
ফণীৰ ধ্বংসলীলাৰ পাচতে বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ - ফণী
ওড়িশাৰ পুৰীস্থিত বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ ৷ ওড়িশা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছে তথ্য ৷
বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ
নিউজ ডেস্ক, 17 মে' : সাগৰীয় ঘূৰ্ণী বতাহ ফণীৰ ধ্বংসলীলাত নিৰুদ্দেশ হোৱা প্ৰায় 4000 হৰিণক পুনৰ উভতি আহিছে ওড়িশাৰ পুৰীস্থিত বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ ৷ ওড়িশা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা সচিব সঞ্জয় সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি পুৰী জিলাত অৱস্থিত অভয়াৰণ্যখনলৈ উভতিবলৈ লৈছিল হৰিণসমূহ ৷
Bhubaneswar (Odisha), May 17 (ANI): Nearly 4,000 deer were brought back to Balukhand-Konark Wildlife Sanctuary in Odisha's Puri. They were missing since devastating Cyclone 'Fani' hit Odisha. Cyclone Fani' hit several parts of Odisha on May 3. Earlier, Sanjay Singh, Secretary, Information and Public Relations Department, Odisha on Wednesday said forest rangers reported that the deer have begun returning to the sanctuary situated in the Puri district, which bore the maximum brunt of the cyclone that made landfall on May 3.