নিউজ ডেস্ক, 17 মে' : সাগৰীয় ঘূৰ্ণী বতাহ ফণীৰ ধ্বংসলীলাত নিৰুদ্দেশ হোৱা প্ৰায় 4000 হৰিণক পুনৰ উভতি আহিছে ওড়িশাৰ পুৰীস্থিত বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ ৷ ওড়িশা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা সচিব সঞ্জয় সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি পুৰী জিলাত অৱস্থিত অভয়াৰণ্যখনলৈ উভতিবলৈ লৈছিল হৰিণসমূহ ৷
