ETV Bharat / bharat

বিগত পাঁচ বছৰত নিহত 800 টা সন্ত্ৰাসবাদী - সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰ সেনাৰ অহৰহ প্ৰচেষ্টাৰ ফলত এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিগত পাঁচ বছৰত নিহত 800 টা সন্ত্ৰাসবাদী
author img

By

Published : Jul 3, 2019, 6:07 PM IST

দিল্লী, 3 জুলাইঃ 2014-18 বৰ্ষলৈকে জম্মু-কাশ্মীৰত সৰ্বমুঠ 800 টা সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ৷ বুধবাৰে লোকসভাত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীপাড নাইকে ৷

বিজেপিৰ সাংসদ নিতেশ গংগা দেৱৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে 2014 বৰ্ষত 104 টা, 2015 বৰ্ষত 97 টা, 2016 বৰ্ষত 140 টা, 2017 বৰ্ষত 210 টা আৰু 2018 বৰ্ষত 249 টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি উল্লেখ কৰে নাইকে ৷

জম্মু-কাশ্মীৰ সেনাৰ অহৰহ প্ৰচেষ্টাৰ ফলত এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

দিল্লী, 3 জুলাইঃ 2014-18 বৰ্ষলৈকে জম্মু-কাশ্মীৰত সৰ্বমুঠ 800 টা সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ৷ বুধবাৰে লোকসভাত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীপাড নাইকে ৷

বিজেপিৰ সাংসদ নিতেশ গংগা দেৱৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে 2014 বৰ্ষত 104 টা, 2015 বৰ্ষত 97 টা, 2016 বৰ্ষত 140 টা, 2017 বৰ্ষত 210 টা আৰু 2018 বৰ্ষত 249 টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি উল্লেখ কৰে নাইকে ৷

জম্মু-কাশ্মীৰ সেনাৰ অহৰহ প্ৰচেষ্টাৰ ফলত এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.