ETV Bharat / bharat

লক ডাউন ভংগ কৰা টিউশ্যন শিক্ষয়ত্ৰীৰ ঘৰত আৰক্ষীক লগত লৈ ওলাল পাঁচ বছৰীয়া শিশু

author img

By

Published : Apr 27, 2020, 5:49 PM IST

আৰক্ষী বিষয়া গৰাকীয়ে শিক্ষয়ত্ৰী গৰাকীক এই লক ডাউনৰ সময়ত সামাজিক দুৰত্বৰ নিয়মক উলংঘা কৰি টিউশ্যন কৰাই থকাৰ বাবে গৰিহণা দিয়াৰ লগতে আগলৈ তেনে কাৰ্য নকৰিবলৈ সকিয়াই দিয়ে ৷ এই সমগ্ৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

5-year-old-informs-cop-of-tutor-taking-classes-amid-lockdown-orders
লক ডাউন ভংগ কৰা টিউচন শিক্ষয়ত্ৰীৰ ঘৰত আৰক্ষীক লগত লৈ ওলাল পাঁচ বছৰীয়া শিশু

নিউজ ডেস্ক, 27 এপ্ৰিল : লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ সকলো ৰাজ্যৰে আৰক্ষী প্ৰশাসন ৷ তদ্ৰু এই লক ডাউন সন্দৰ্ভত অধিক সচেতন হৈছে দেশৰ সাধাৰণ জনতা ৷

পাঞ্জাৱৰ গুৰদাসপুৰত সংঘটিত হোৱা এক ঘটনাই এতিয়া দেশজুৰি লাভ কৰিছে বিশেষ চৰ্চা ৷ ৰাজপথত এজন লোকে নিজৰ দুই কণমানি ভাগিন-ভাগিনীৰ সৈতে আহি থকা অৱস্থাত আৰক্ষীয়ে ৰখাই এই লক ডাউনৰ সময়ত কিয় ওলাই আহিবলগীয়া হ‘ল বুলি সোধপোছ কৰি থকাৰ সময়তে পাঁচ বছৰীয়া কণমানিয়ে নিজৰ টিউশ্যন শিক্ষয়ত্ৰীয়ে লক ডাউনৰ নিৰ্দেশনাক উলংঘা কৰি টিউশ্যন কৰাই থকা বুলি আৰক্ষীক অৱগত কৰে ৷ যাৰ পাছতেই উপ আৰক্ষী অধীক্ষক গুৰদ্বীপ সিঙক লগত লৈ কণমানিটোৱে শিক্ষয়ত্ৰীৰ ঘৰলৈ লৈ যায় ৷

আৰক্ষী বিষয়া গৰাকীয়ে শিক্ষয়ত্ৰী গৰাকীক এই লক ডাউনৰ সময়ত সামাজিক দুৰত্বৰ নিয়মক উলংঘা কৰি টিউশ্যন কৰাই থকাৰ বাবে গৰিহণা দিয়াৰ লগতে আগলৈ তেনে কাৰ্য নকৰিবলৈ সকিয়াই দিয়ে ৷ এই সমগ্ৰ দৃশ্য সমূহ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : কমলেশৰ নশ্বৰ দেহ লাভ কৰিলে পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.