ETV Bharat / bharat

বজ্ৰপাতত নিহত 11, আহত 4

author img

By

Published : Jul 28, 2020, 11:12 AM IST

পশ্চিম বংগত বজ্ৰপাতত নিহত 11 গৰাকীকৈ লোক ৷ মংগলবাৰ দিনটোতো দক্ষিণ বংগৰ বিভিন্ন অংশত বৃষ্টিপাতৰ লগতে বজ্ৰ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

11 die in lightning strikes
11 die in lightning strikes

নিউজ ডেস্ক, 28 জুলাই : পশ্চিম বংগত বজ্ৰ পৰি নিহত হৈছে 11 গৰাকীকৈ লোক ৷ ৰাজ্যখনৰ বাংকুৰা, পূৱ বৰ্ধমান আৰু হাওৰা জিলাত সংঘটিত হৈছে এই ঘটনা ৷ পূৱ বৰ্ধমান আৰু বাংকুৰা দুয়োখন জিলাতে পাঁচগৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে হাওৰা জিলাত এগৰাকীৰ মৃত্যু ঘটিছে ৷ মৃত সকলৰ প্ৰায় কেইজনেই খেতি পথাৰত কৰ্মৰত আছিল ৷ এই ঘটনাত আহত হৈছে আন চাৰিগৰাকী ৷ মংগলবাৰ দিনটোতো দক্ষিণ বংগৰ বিভিন্ন অংশত বৃষ্টিপাতৰ লগতে বজ্ৰ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়ক : মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ছাগলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.