ETV Bharat / snippets

শোণিতপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, গ্ৰেপ্তাৰ 4

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 4:46 PM IST

Sonitpur police seized a large quantity of drugs in two raids in Sonitpur
শোণিতপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, গ্ৰেপ্তাৰ 4 (Etv bharat assam)

তেজপুৰ, 21 মে’: শোণিতপুৰ আৰক্ষীয়ে সোমবাৰৰ নিশা গোপন সূত্ৰৰ ভিত্তিত কেহেৰুখণ্ডা(ক)ৰ ভিলেজ ৰোডত নাকা চেকিঙত অভিযান চলাই আৰক্ষীয়ে হেৰ’ইন জব্দ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰে । ধৃত দুই মঃ ৰফিক আলী আৰু ডিগিয়া ।

ধৃত দুটাৰ বাহনৰ পৰা 76 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি 59 টা প্লাষ্টিকৰ টেমা আৰু মুকলিকৈ ৰখা 8 গ্ৰাম উদ্ধাৰ কৰা বুলি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনায় ।

আনহাতে, শোণিতপুৰ আৰক্ষীয়ে ৰাক্ষসমাৰীত আন এক অভিযান চলাই বিকি দাস আৰু আব্দুল মালেকক গ্ৰেপ্তাৰ কৰে ৷ জব্দ কৰা হৈছে 20 কেজি 600 গ্ৰাম সন্দেহজনক ভাং ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.