ETV Bharat / snippets

উপঢৌকন লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্যবাহী অভিযন্তা

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 8:50 PM IST

Vigilance And Anti Corruption
কাৰ্যবাহী অভিযন্তাক আটক (ETV Bharat Assam)

নলবাৰী, ২ছেপ্টেম্বৰ : নলবাৰীত মুখ্য়মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই সোমবাৰে আটক কৰিলে এজন কাৰ্যবাহী অভিযন্তাক । নলবাৰী জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সীমান্ত লহকৰক উপঢৌকন লোৱাৰ অভিযোগত আজি আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ।

কাৰ্যবাহী অভিযন্তাজনৰ মিলপুৰস্থিত ভাৰাঘৰত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই তেওঁক আটক কৰে । এগৰাকী ঠিকাদাৰৰ পৰা এক লাখ টকা উপঢৌকন লওঁতে আটক হয় কাৰ্যবাহী অভিযন্তা সীমান্ত লহকৰ । সম্প্ৰতি সীমান্ত লহকৰক লগত লৈ ভাৰাঘৰত দূৰ্নীতি নিবাৰক শাখাই অভিযান চলাই থকাৰ লগতে জেৰাও অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.