ETV Bharat / snippets

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 1:57 PM IST

ASSAM ASSEMBLY
অসম বিধানসভা (ETV Bharat Assam)

গুৱাহাটী, ১৯ জুলাই: ঘোষণা হ’ল অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন ৷ কাৰ্যসূচী অনুসৰি, ২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন ৷ অসম বিধানসভাৰ সচিব দুলাল পেগুৱে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ নিৰ্দেশমৰ্মে এই জাননী জাৰি কৰিছে ৷ ২২ আগষ্ট বৃহস্পতিবাৰে পুৱা ৯.৩০ মিনিটত সদনৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনাৰ কাম-কাজ আৰম্ভ হ’ব ৷ এই অধিৱেশন কেইদিন ধৰি চলিব, কি কি কাৰ্যসূচী থাকিব সেয়া অৱশ্যে বিধানসভাৰ কাৰ্য নিৰ্ধাৰণ সমিতিয়ে পৰৱৰ্তী সময়তহে নিৰ্ধাৰণ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.