ETV Bharat / snippets

কাজলৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰা অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ

author img

By ETV Bharat Entertainment Team

Published : Jun 10, 2024, 2:09 PM IST

Noor malabika das
অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat)

চিটাৰা ডেস্ক, 10 জুন : মনোৰঞ্জন উদ্যোগৰ পৰা আহিছে এটা বেয়া খবৰ ৷ The Trial ৰ অভিনেত্ৰী নুৰ মালবিকা দাসৰ 32 বছৰ বয়সত মৃত্যু ঘটিছে । এই খবৰ বিয়পি পৰাৰ লগে লগে হুৱাদুৱা লাগিছে । খবৰ অনুসৰি যোৱা ৬ জুনত অভিনেত্ৰীগৰাকীৰ পচি যোৱা মৃতদেহ লোখণ্ডৱালাৰ ঘৰত উদ্ধাৰ হৈছিল । যদিও তেওঁ আত্মহত্যা কৰিছে যেন অনুমান হয়, তথাপিও ইয়াৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে । এয়া হত্যা নে আত্মহত্যা ৰিপৰ্ট অহাৰ পিচতহে গম পোৱা যাব । The Trial ত এইগৰাকী অভিনেত্ৰীয়ে কাজলৰ সৈতে অভিনয় কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.