ETV Bharat / snippets

সীমান্তৰ পৰা শিশুসহ ১৭ বাংলাদেশীক ওভতাই পঠিয়ালে অসম আৰক্ষীয়ে

author img

By ETV Bharat Assamese Team

Published : 13 hours ago

BANGLADESHI IN ASSAM
১৭ বাংলাদেশীক ওভতাই পঠিয়ালে অসম আৰক্ষীয়ে (X/@himantabiswa)

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : ভাৰত-বাংলাদেশত সীমান্তত অব্যাহত আছে অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ চেষ্টা ৷ দেওবাৰেও অসম আৰক্ষীয়ে ৯ গৰাকী বাংলাদেশী নাগৰিকৰ লগতে ৮ টা শিশুক সীমান্তৰ পৰা দেশলৈ ওভতাই পঠিয়াবলৈ সক্ষম হয় ৷ এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ড৹ শৰ্মাই জানিবলৈ দিয়া অনুসৰি অসম আৰক্ষীয়ে ওভতাই পঠিওৱা বাংলাদেশী নাগৰিককেইগৰাকী হ’ল- হাৰুল লামিন, উমাই খুনছুম, মহমদ ইছমাইল, ছানচিদা বেগম, ৰুফিয়া বেগম, ফাতিমা খাতুন, মোজুৰ ৰহমান, হাবি উল্লাহ আৰু সোবিকা বেগম ৷

এই সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ প্ৰশংসা কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.