কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ ৬২ সংখ্যক ওপজা দিনটো শিল্পীগৰাকীয়ে মৰিগাঁৱৰ পদপথৰ বাসিন্দা, মানসিক বিকাৰগ্ৰস্ত আৰু দিব্যাংগ ব্যক্তিসকলৰ সৈতে কৰিলে উদযাপন । | Read More
অসম নিউজ - Live Updates Tue Nov 12 2024: Assam Today’s Latest News - ASSAM NEWS TODAY TUE NOV 12 2024
Published : Nov 12, 2024, 8:30 AM IST
|Updated : Nov 12, 2024, 8:48 PM IST
কাক হেঁপাহেৰে দুপৰীয়াৰ এসাঁজ ভাত খুৱালে মহেন্দ্ৰ হাজৰিকাই ?
সাহিত্য সভাৰ সভাপতি পদত নাথাকিলেও কাম কৰি যাব পাৰি: ডঃ ভীমকান্ত বৰুৱা
অসম সাহিত্য সভাৰ নতুন পেনেলত নাম অন্তৰ্ভুক্ত হ'লেও সভাপতি হ'বলৈ আগ্ৰহী নহয় বিশিষ্ট সাহিত্যিক ডঃ ভীমকান্ত বৰুৱা । | Read More
শত শতজনক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বিশেষ বিদ্যালয়খন...
গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান । অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ । | Read More
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্বেগজনক তথ্য: দীপৰ বিললৈ বিপদ আহিছে
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে Biochemical oxygen demand( BOD)ৰ পৰিমাণ দীপৰ বিলৰ পানীত অত্যধিক পোৱা গৈছে । | Read More
চৰকাৰৰ নাৰীকেন্দ্ৰিক আঁচনিৰ চমকৰ ৰহস্য: ৬৯ টা সমষ্টিতে মহিলা ভোটাৰৰ সংখ্যা বেছি
অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউ.... ৷ ৰাজনৈতিক ক্ষেত্ৰখনত মহিলা শক্তিৰ প্ৰধান্য বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰখনে লক্ষ্য কৰি লৈছে মহিলাসকলক । | Read More
ৰাসৰ বাবে বিশেষ ব্যৱস্থা: সলনি হ'ব মাজুলী-যোৰহাট সংযোগী ফেৰী ঘাট
মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য চলি থকা দক্ষিণপাটৰ পৰা চলিব কমলাবাৰী-নিমাতী ফেৰী সেৱা । পুৱাৰ পৰা দিনৰ ভাগত অবিৰতভাৱে চলি থাকিব ফেৰী সেৱা । | Read More
আলফা স্বাধীনৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত দুজন
উজনি অসমত আলফা স্বাধীনৰ নামত ধন দাবীৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীৰ জালত পৰিছে দুজন লোক ৷ | Read More
অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা প্ৰকাশ
৫ গৰাকী সাহিত্যিকক লৈ সভাপতি পদৰ বাবে প্ৰকাশ নতুন পেনেল তালিকা । সোমবাৰে অসম সাহিত্য সভাৰ উপ-সভাপতি, প্রধান সম্পাদকৰ প্রার্থী তালিকা ঘোষণা কৰা হৈছিল । | Read More
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ প্ৰতিবাদ: যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া জিলাত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে যোগান মন্ত্ৰীৰ পুত্তলিকা ৷ | Read More
বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
১৫ ৰ পৰা ২৯ নৱেম্বৰলৈকে পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হাউলী ৰাস মহোৎসৱ । | Read More
হালধীয়া হ’ল লেচিয়াৰ দুয়োপাৰ: হাজাৰ হাজাৰ হেক্টৰ ভূমিত কৃষকে সিঁচিছে সৰিয়হ
ধেমাজি জিলাখনৰ ভিতৰতে সৰিয়হ খেতিৰ বাবে বিখ্যাত লেচিয়া পথাৰত এতিয়া কৃষকৰ মূৰ তুলিবলৈ যেন আহৰি নাই ৷ সকলো ব্যস্ত সৰিয়হ সিঁচাত- | Read More
অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ আহিব মীৰাবাঈ চানু
লক্ষ্য় ২০২৮ আৰু ২০৩২ চনৰ অলিম্পিকৰ ভাৰোত্তোলনৰ খেলুৱৈ নিৰ্বাচন । সুযোগ পাব অসমৰ খেলুৱৈয়ে । | Read More
মহানগৰীৰ নিৰ্ধাৰিত ৩১ টকা পথতহে চলিব পাৰিব ই-ৰিক্সা
এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত যধে-মধে চলিব নোৱাৰিব ই-ৰিক্সা । নিয়ম ভংগ কৰিলেই বিপদ । | Read More
প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক হয়ো পানীত হাঁহ নচৰা হৈছে 8904 জন জলমিত্ৰৰ
চৰকাৰক অনুনয়-বিনয় কৰাৰ পিচতো সমস্য় সমাধান নহ'ল জলমিত্ৰৰ । ১০/১৫ বছৰে বিভাগটোত তেওঁলোক অস্থায়ী হিচাপে কৰ্মৰত । | Read More
ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়াক বৰেণ্য শিল্পী বঁটা প্ৰদান
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অধিৱেশন সম্পন্ন । এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । | Read More
পথৰ পৰা বাগৰিল বাহন; শিশুসহ থিতাতে নিহত চাৰিগৰাকী যাত্ৰী
কন্যাৰ বিয়ালৈ আছিল 4 দিন মাত্ৰ, ৰে’ল ষ্টেচনৰ পৰা আলহীক আনিবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে ৷ আন তিনিজনৰো মৃত্যু ৷ পঢ়ক সবিশেষ- | Read More
অৰুণাচল প্ৰদেশত বন্যপ্ৰাণী চিকাৰ নিষিদ্ধৰ প্ৰচেষ্টা নিছি এলিট ছ’চাইটিৰ
অতীজৰে পৰাই পাহাৰীয়া ৰাজ্যসমূহত চলি আহিছে বন্যপ্ৰাণী চিকাৰ । এতিয়াৰ পৰা এই চিকাৰীসকলে বধ নকৰে বন্য়প্ৰাণী । কাৰণ জানি লওক - | Read More
ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতিৰ হেৰুওৱাৰ উপক্ৰম হোৱা দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ কলৰব
দুবছৰ পূৰ্বে দীপৰ বিলত ২৮০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল । যোৱা বছৰ মাত্ৰ ১১০০০ পক্ষীৰ আগমণ হয় । | Read More
তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন
ৰাষ্ট্ৰীয় শিক্ষা দিৱস 2024; স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদক স্মৰণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগে পালন কৰে ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷ | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More