বোধোদয় নে লোকলজ্জা ? হঠাৎ সলনি হোৱাৰ দিশে সাহিত্য সভাৰ সভাপতিৰ তালিকা । ৰীতা চৌধুৰীৰ পৰা অৰূপা পটংগীয়ালৈকে খ্যাতনামা সাহিত্যিকৰ নাম চৰ্চাত । | Read More
Assam News Today - Live Updates: অসম Mon Nov 04 2024 Latest News - ASSAM NEWS TODAY MON NOV 04 2024
Published : Nov 4, 2024, 8:48 AM IST
|Updated : Nov 4, 2024, 10:09 PM IST
সাহিত্যৰ ৰাজনীতিৰ ক’লা অধ্যায়; সভাপতি হ'ব কোন ?
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ
অসম সাহিত্য কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উপ-সভাপতি পদৰ বাবে ৬জনে আৰু প্ৰধান সম্পাদকৰ বাবে মুঠ ৪জনে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । জানিবলৈ পঢ়ক সবিশেষ... | Read More
ভাৰত-বাংলাদেশ সীমান্তৰ ন’ মেনচ লেণ্ডত ভাৰতীয়ই কিয় নকৰে খেতি ?
দক্ষিণ শালমাৰাত ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন অখিল গগৈৰ । স্থলভাগৰ কাঁটাতাঁৰক লৈ সন্তুষ্টি গগৈৰ ৷ ন’ মেনচ লেণ্ডত ভাৰতীয়ই খেতি নকৰাক লৈ অখিল গগৈৰ উদ্বিগ্নতা । | Read More
ষট পূজাৰ সময়ত কি কি নিৰ্দেশনা মানি চলিব লাগিব; জনালে আৰক্ষী আয়ুক্তই
পূজাৰ সময়ত নিষিদ্ধ সংগঠনে যাতে কূটাঘাট সংঘটিত কৰিব নোৱাৰে, তাৰবাবে সমিতিসমূহক সষ্টম হ'বলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ৷ মহানগৰীৰ ৬০টা ঘাটত হ'ব ষট পূজা ৷ | Read More
পুৱাৰে পৰা চাফা হোৱা নাই ডিব্ৰুগড় চহৰ: দুই চৰকাৰী পক্ষৰ যুঁজত ৰাইজে ভুগিছে যাতনা
ডিব্ৰুগড়ৰ ফুলবাগান কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰ নদীত কালী প্ৰতিমা বিসৰ্জন কাৰ্যসূচী চলি থকাৰ মাজতে অঘটন ৷ যাৰ বাবে ডিব্ৰুগড় চহৰত অচলাৱস্থা ৷ | Read More
সোণালী সূতাৰ প্ৰতি ভাবুকি মাতিছে সেউজী পাতৰ বাগিচাই !
মুগা পালনৰ প্ৰতি আহিছে ভাবুকি ৷ চাহ বাগিচাৰ পৰা আহিছে এই ভাবুকি ৷ হাহাকাৰ কৰিবলগীয়া হৈছে মুগা পালকে ৷ চাওক সবিশেষ- | Read More
মাজুলীক বিদায় দি কাজিৰঙালৈ 'দেহা'ৰ যাত্ৰা
মাজুলীৰ 'দেহা'ৰ নতুন ঠিকনা হ'ব কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ । | Read More
দেশৰ বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড৹ গকুল চন্দ্ৰ গোস্বামীৰ দেহাৱসান
এগৰাকী ভূ-বিজ্ঞানী হিচাপে তেওঁ সুদীর্ঘ জীৱনকালত ৯৩ খন গৱেষণা পত্ৰ লিখি প্ৰকাশ কৰিছিল । | Read More
শ্বিলঙেই আছিল শেষ যাত্ৰা ! আৰু উভতি নাহে গাৰ্গী-নীলোৎপল
মেঘালয়ৰ নংপোত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল মৰাণৰ প্ৰেমিক যুগলৰ । | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More