ETV Bharat / politics

যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:43 PM IST

Updated : Jun 5, 2024, 2:34 PM IST

Jorhat Lok Sabha constituency : ৰণত পৰিল তপন কুমাৰ গগৈ ৷ ইয়াৰ লগে লগে উজনিত কংগ্ৰেছৰ দুৰ্গ উদ্ধাৰ কৰিলে গৌৰৱ গগৈয়ে ৷ ১০ টা বিধানসভা সমষ্টিৰ ৯ টাতে বিজেপিৰ মুখথেকেচা ।

Jorhat Lok Sabha constituency
ৰণত পৰিল তপন কুমাৰ গগৈ (ETV BHARAT ASSAM)

গুৱাহাটী, ৪ জুন : আজিৰে পৰা পৰিচয় সলনি হ’ল কংগ্ৰেছ যুৱনেতা গৌৰৱ গগৈৰ । গৌৰৱ গগৈ, সাংসদ, যোৰহাট ৷ এসময়ৰ কংগ্ৰেছৰ দুৰ্গ যোৰহাট পুনৰ উদ্ধাৰ কৰিলে কংগ্ৰেছৰ যুৱনেতাগৰাকীয়ে । লোকসভা নিৰ্বাচনৰ ফলাফলত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই যোৰহাটত বৃহৎ ব্যৱধানেৰে জয়লাভ কৰিলে নিজকে অভিমন্যুৰ লগত তুলনা কৰা গৌৰৱ গগৈয়ে । ৰণত পৰিল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ ৷ যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিলে বিগত কাৰ্যকালৰ বিজেপি সাংসদ তপন কুমাৰ গগৈক ৷

গৌৰৱৰ জয়ে প্ৰত্যহ্বান বৃদ্ধি কৰিলে বিজেপিৰ

যোৰহাট লোকসভা সমষ্টিৰ ১০ টা বিধানসভা সমষ্টিৰ ৯ টাতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছৰ গৌৰৱ গগৈ । আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা সমষ্টিৰে ৭টাতে বৰ্তমান আছে বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়ক ৷ দুটাত কংগ্ৰেছ আৰু এটাত ৰাইজৰ দলৰ বিধায়ক আছে । স্বাভাৱিকতে ৰাজ্যজুৰি বিজেপিৰ মিত্ৰজোঁটে ৰাজ্যত ১১ খন আসনত জয়লাভ কৰিলেও যেন গৌৰৱ গগৈৰ এই বিজয়ে হৰিষত বিষাদ আনিলে বিজেপিৰ নেতৃত্বলৈ । লগতে উজনি অসমত বিজেপিৰ ভেঁটিত গৌৰৱৰ উপস্থিতিয়ে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ যে প্ৰত্যহ্বান কঢ়িয়াই আনিলে সেয়া নিশ্চিত ৷

যোৰহাটৰ জনমত, ২০২৪
বিজয়ী: গৌৰৱ গগৈ
১,৪০,২৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ গৌৰৱ গগৈৰ
গৌৰৱ গগৈ : ৭৪১০০৭ টা ভোট
তপন কুমাৰ গগৈ : ৬০০৭৭৩ টা ভোট
নোটা : ১৪৪৪৭ টা ভোট

বিজেপিৰ মুখ থেকেচা, ক’ত কিমান ভোট লাভ গৌৰৱৰ ?

মাজুলীয়ে মান ৰাখিলে বিজেপিৰ

(বিধায়ক: ভুৱন গাম, বিজেপি)
গৌৰৱ গগৈ : ৫২৬৯০ টা ভোট
তপন কুমাৰ গগৈ : ৫৯২৭৬ টা ভোট
ভোটৰ ব্যৱধান:৬৫৮৬ টা ভোট

শিৱসাগৰ বিধানসভাত কংগ্ৰেছ মিত্ৰজোঁটৰ জয়

(বিধায়ক: অখিল গগৈ, ৰাইজৰ দল)
গৌৰৱ গগৈ : ৯১৮৪৩ টা ভোট
তপন কুমাৰ গগৈ : ৭৩০৯৩ টা ভোট
ব্যৱধান : ১৮৭৪৮ টা ভোট

ডিমৌ কংগ্ৰেছৰ দখললৈ

(পূৰ্বৰ থাওৰা সমষ্টি, বিধায়ক: সুশান্ত বৰগোঁহাই)
গৌৰৱ গগৈ : ৭৭৯২৯ টা ভোট
তপন কুমাৰ গগৈ: ৬১৮৭৯ টা ভোট
ভোটৰ ব্যৱধান : ১৬০৫০ টা ভোট

কংগ্ৰেছৰ দখলতে থাকিল নাজিৰা

(বিধায়ক: দেৱব্ৰত শইকীয়া, কংগ্ৰেছ)
গৌৰৱ গগৈ : ৭০৭২৭ টা ভোট
তপন কুমাৰ গগৈ: ৭০৬০০ টা ভোট
ভোটৰ ব্যৱধান : ১২৭ টা ভোট

বিজেপিৰ সোণাৰি সমষ্টি কংগ্ৰেছৰ দখললৈ

(বিধায়ক: ধৰ্মেশ্বৰ গগৈ, বিজেপি)
গৌৰৱ গগৈ :৭১৬০৩ টা ভোট
তপন কুমাৰ গগৈ:৬১২৬৯ টা ভোট
ভোটৰ ব্যৱধান : ১০৩৩৪ টা ভোট

বিজেপিৰ সমষ্টি যোৰহাট কংগ্ৰেছৰ দখললৈ

(বিধায়ক: হিতেন্দ্ৰ নাথ গোস্বামী, বিজেপি)
গৌৰৱ গগৈ :৫৯৬৮৬ টা ভোট
তপন কুমাৰ গগৈ :৪৭৭৭৯ টা ভোট
ব্যৱধান :১১৯০৭ টা ভোট

অগপৰ সমষ্টি টীয়ক কংগ্ৰেছৰ দখললৈ

(বিধায়ক: ৰেণুপমা ৰাজখোৱা, অগপ)
গৌৰৱ গগৈ :৮৭৪৭৯ টা ভোট
তপন কুমাৰ গগৈ:৬৩৭৮২ টা ভোট
ভোটৰ ব্যৱধান :২৩৬৯৭ টা ভোট

তিতাবৰত আধিপত্য কংগ্ৰেছৰ

(বিধায়ক: ভাস্কৰ বৰুৱা,কংগ্ৰেছ)
কংগ্ৰেছ: ৯৭৩৯২ টা ভোট
বিজেপি: ৫৬৮৩৭ টা ভোট
ব্যৱধান:৪০৫৫৫ টা ভোট

মৰিয়নী সমষ্টিত বাজিমাৎ কংগ্ৰেছৰ

(বিধায়ক: ৰূপজ্যোতি কুৰ্মী, বিজেপি)
কংগ্ৰেছ :৭০৯১৬ টা ভোট
বিজেপি : ৫৪১৩১ টা ভোট
ব্যৱধান: ১৬৭৮৫ টা ভোট

মাহমৰাতো বিধ্বস্ত বিজেপি

(বিধায়ক: যোগেন মহন, বিজেপি)
গৌৰৱ গগৈ :৬২৬৮০ টা ভোট
তপন কুমাৰ গগৈ:৫৩০৩০ টা ভোট
ব্যৱধান: ৯৬৩০টা ভোটৰ ব্যৱধান

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

লগতে পঢ়ক:এগজিট প’ল নহয় মোদী প’লহে আছিল : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024

Last Updated : Jun 5, 2024, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.