ETV Bharat / health

প্ৰসৱৰ পিচত পুনৰ কেতিয়াৰ পৰা স্বাভাৱিক ঋতুস্ৰাৱ আৰম্ভ হয় ? - Post delivery periods - POST DELIVERY PERIODS

Periods After Delivery: প্ৰসৱৰ পিচত পুনৰ স্বাভাৱিক ঋতুস্ৰাৱ আৰম্ভ কৰাৰ যি প্ৰক্ৰিয়া সেয়া সাধাৰণ ঋতুস্ৰাৱতকৈ বহু পৃথক, বহু মহিলাই ইয়াত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এই ক্ষেত্ৰত বহু মহিলাই নাজানে যে প্ৰসৱৰ পিচত স্বাভাৱিক ঋতুস্ৰাৱ কেতিয়াৰ পৰা আৰম্ভ হয় আজি এই বিষয়ে বিতংভাৱে জানি লও আহক-

When do normal periods start again after delivery?
প্ৰসৱৰ পিচত পুনৰ কেতিয়াৰ পৰা স্বাভাৱিক ঋতুস্ৰাৱ আৰম্ভ হয় ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 26, 2024, 5:13 PM IST

ন মাহ যেতিয়া গৰ্ভত শিশুৰ বিকাশ হৈ থাকে তেতিয়া এগৰাকী মাতৃৰ শৰীৰত কেৱল বাহ্যিকভাৱে নহয়, আভ্যন্তৰীণভাৱেও বহু পৰিৱৰ্তন ঘটে ৷ কোৱা হয় যে গৰ্ভধাৰণৰ পিচত প্ৰতিগৰাকী মাতৃৰ পুনৰ জনম হয় ৷ এই সময়ছোৱাত এগৰাকী মাতৃয়ে সকলো দুখ-কষ্ট সহ্য কৰিব পৰা ক্ষমতা লাভ কৰে ৷ প্ৰসৱৰ পিচত এগৰাকী মাতৃয়ে বহু সমস্যাৰ সন্মূখীন হ’বলগীয়া হয় ৷ বিশেষকৈ বহু মহিলাৰ ক্ষেত্ৰত প্ৰসৱৰ পিচত পুনৰ স্বাভাৱিক মাহেকীয়া বা ঋতুস্ৰাৱ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহু সমস্যাই দেখা দিয়ে ৷

কিছুমান মহিলাৰ প্ৰসৱৰ ৪০ দিনৰ পিচত মাহেকীয়া হয় যদিও কিছুমানৰ বাবে এবছৰো সময় লাগিব পাৰে ৷ ইয়াৰ উপৰিও যদি প্ৰসৱৰ পিচত মাহেকীয়া হ’বলৈ আৰম্ভ কৰে, তেন্তে পিচৰ মাহতো ঋতুস্ৰাৱ হোৱাটো গুৰুত্বপূৰ্ণ ৷ যদি আপুনি মাহেকীয়া বাদ পৰে তেন্তে পুনৰ গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি পায় ৷

When do normal periods start again after delivery?
প্ৰসৱৰ পিচত পুনৰ কেতিয়াৰ পৰা স্বাভাৱিক ঋতুস্ৰাৱ আৰম্ভ হয় ? (ETV Bharat)

প্ৰথম ঋতুস্ৰাৱ স্তনপানৰ ওপৰত নিৰ্ভৰ কৰে

যদি মাতৃয়ে শিশুটিক স্তনপান কৰাই আছে তেন্তে প্ৰথম ঋতুস্ৰাৱত ৮ সপ্তাহ বা তাতকৈ অধিক সময় লাগিব পাৰে ৷ বিপৰীত ক্ষেত্ৰত ৬-৮ সপ্তাহত ঋতুস্ৰাৱ হ’ব পাৰে ৷

প্ৰসৱৰ পিচত প্ৰথম ঋতুস্ৰাৱ এনেদৰে হয়

অৱশ্যে এই অভিজ্ঞতা মহিলাসকলৰ বাবে বেলেগ হ’ব পাৰে ৷ কিন্তু সাধাৰণতে পেটৰ চাৰিওফালে তীব্ৰ বিষ আৰু প্ৰচণ্ড ৰক্ত সঞ্চালন, ঋতুস্ৰাৱৰ তেজত গোট খোৱা অনুভৱ, অনিয়মিত মাহেকীয়া হোৱাৰ সমস্যা হয় ৷

চি-চেকচনৰ পিচত প্ৰথম ঋতুস্ৰাৱ

চিজাৰিয়ান প্ৰসৱৰ পিচত সাধাৰণ প্ৰসৱৰ দৰে ৬-৮ সপ্তাহত ঋতুস্ৰাৱ হয় ৷ কিন্তু চি-চেকচনৰ পিচত ঋতুস্ৰাৱৰ সময়ত অধিক ৰক্তক্ষৰণ আৰু বিষ হ’ব পাৰে ৷ কাৰণ অপাৰেচনৰ সময়ত গৰ্ভাৱস্থাত ভিতৰত জিৰণি লোৱা সকলো এণ্ডোমেট্ৰিয়েল কলা আঁতৰাই পেলোৱা হয় ৷

লগতে পঢ়ক: চিকিৎসকৰ মতে মহিলাসকলৰ PCODৰ সমস্যাৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.