ETV Bharat / bharat

ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE - WEEKLY HOROSCOPE

Weekly Horoscope For 21st July to 27th July : ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ৷

WEEKLY HOROSCOPE
ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম-শিক্ষা-ব্যৱসায়-কৰ্ম আদিৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰিব ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 3:55 PM IST

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ওপৰত চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ধনাত্মক প্ৰভাৱ থাকিব ৷ আত্মবিশ্বাস বঢ়াৰ লগতে সম্পর্কৰ ক্ষেত্ৰত সুফল লাভ কৰিব ৷ অন্যান্য দিশ যেনে- স্বাস্থ্য, কৰ্ম, শিক্ষা আদিৰ পৰা আৰম্ভ কৰি সকলোতে সুফল লাভ কৰিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত স্বাস্থ্যৰ অকণমান যত্ন ল'ব লাগিব ৷ প্ৰেম আৰু বৈবাহিক দুয়োটা সম্পৰ্কৰে ক্ষেত্ৰত সুফল লাভ কৰিব ৷ বাকী অন্যান্য ক্ষেত্ৰসমূহতো ভাল ফলাফল লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ কিছুক্ষেত্ৰত সামান্য বাধা থাকিব ৷ কিন্তু ব্যৱসায়ীসকলে উন্নত ফল লাভ কৰিব ৷ চাকৰিয়ালসকলৰ লগতে শিক্ষাৰ্থীসকলে সামান্য বাধাৰ সন্মুখীন হ'ব ৷ প্ৰেমৰ লগতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো সুফল লাভ কৰিব ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহতো খুবেই ভাল ৷ ভ্ৰমণৰ সম্ভাৱনা ৷ সম্পৰ্কবোৰৰ ক্ষেত্ৰত সকলো কথা ঠিকে থাকিব ৷ স্বাস্থ্য, কৰ্ম আদিৰ পৰা আৰম্ভ কৰি সকলোতে ভাগ্য উদয় হ'ব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত স্বাস্থ্যৰ যতন ল'ব লাগিব ৷ ব্যৱসায়ীসকলে সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহতো ভাল ৷ অন্যান্য দিশসমূহতো ভাল ফল পাব ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটো সকলো ক্ষেত্ৰতে ভালেই যাব ৷ ব্যৱসায়ী, উপাৰ্জন, শিক্ষা আদি সকলো ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷ প্ৰেমৰ দিশত চলিত সপ্তাহতো ভালেই যাব যদিও বৈবাহিক সম্পর্কৰ ক্ষেত্ৰত সামান্য চিন্তাৰ সন্মুখীন হ'ব পাৰে ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ লগতে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হোৱাৰ লগতে সামান্য যত্নও ল'ব লাগিব ৷ শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহতো ভাল ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সামান্য বাধা থাকিব ৷ পঢ়া-শুনাত যত্ন ল'ব লাগিব ৷ সম্পৰ্ক, ব্যৱসায় আদিৰ বাবে এই সপ্তাহতো ভাল ৷ উপাৰ্জন ঠিকেই থাকিব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাগ্য উদয় হ'ব ৷ ধৰ্মীয় স্থান ভ্ৰমণ হোৱাৰ সম্ভাৱনা ৷ প্ৰেম, শিক্ষা, ব্যৱসায়, আয় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷ লগতে শিক্ষা, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ যিসকলে কাৰিকৰী দিশৰ লগত জড়িত তেওঁলোকৰ বাবে এই সপ্তাহতো খুবেই ভাল ৷ সম্পর্কৰ ক্ষেত্ৰত সকলো ঠিকে থাকিব ৷ ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব পাৰে ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহতো সকলো ক্ষেত্ৰতে ভালেই যাব ৷ শিক্ষাৰ্থীসকলেও ভাল ফলাফল লাভ কৰিব ৷ প্ৰেম আৰু উপাৰ্জনৰ ক্ষেত্ৰত সকলো পূৰ্বৰ দৰেই থাকিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত স্বাস্থ্যৰ যতন ল'ব লাগিব ৷ সম্পৰ্কৰ ক্ষেত্ৰতো সামান্য যত্ন ল'ব লাগিব ৷ ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ কৰ্ম আৰু আয়ৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ প্ৰেমৰ সম্পৰ্ক হ’ব গভীৰ...বৈবাহিক জীৱন হ’ব সুখৰ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.