ETV Bharat / bharat

পুনৰ এন ডি এৰ জয়ৰ ভৱিষ্যদ্বাণী কেইবাটাও সমীক্ষাকাৰী সংস্থাৰ - Lok Sabha Exit Poll Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:29 PM IST

Updated : Jun 1, 2024, 11:10 PM IST

Exit Poll LIVE PAGE
লোকসভা নিৰ্বাচনৰ সমীক্ষা (etv bharat)
Exit Poll 2024: লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে সামৰণি পৰে । সকলোৰে দৃষ্টি এতিয়া এগজিট প’ল ২০২৪ৰ ওপৰত । ৰিপাব্লিক-পি এম আৰ কিউ-মেট্ৰিজে তেওঁলোকৰ ভৱিষ্যদ্বাণীমূলক পৰিসংখ্যা প্ৰকাশ কৰিছে ৷ তেওঁলোকৰ এগজিট প’লৰ তথ্য অনুসৰি এন ডি এই ৩৫৯খন আসনেৰে নিৰ্বাচনত আগবাঢ়ি আছে ৷ আনহাতে ইণ্ডি এলায়েন্সে ১৫৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । লোক প’লেও নিজৰ তথ্য প্ৰকাশ কৰিছে, য’ত এন ডি এই ৩২৫-৩৩৫খন, ইণ্ডি এলায়েন্সে ১৫৫-১৬৫খন আসন আৰু অন্যান্যই ৪৮-৫৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

LIVE FEED

10:52 PM, 1 Jun 2024 (IST)

এতিয়ালৈকে এগজিট প’লৰ ভৱিষ্যদ্বাণী

ইণ্ডিয়া টিভি-চিএনএক্স:

  • এনডিএ: ৩৭১-৪০১
  • ইণ্ডি এলায়েন্স: ১০৯-১৩৯
  • অন্যান্য: ২৮-৩৮

দৈনিক ভাস্কৰ:

  • এন ডি এ:২৮৫-৩৫০
  • ইণ্ডি এলায়েন্স-১৪৫-২০১
  • অন্যান্য:৩৩-৪৯

ইণ্ডিয়া নিউজ-ডি-ডাইনেমিক্স:

  • এন ডি এ-৩৭১
  • ইণ্ডি এলায়েন্স: ১২৫
  • অন্যান্য: ৪৭

জন কি বাত:

  • এন ডি এ ৩৬২-৩৯২
  • ইণ্ডি এলায়েন্স: ১৪১-১৬১
  • অন্যান্য: ১০-২০

ৰিপাব্লিক ভাৰত-মেট্ৰিজ:

  • এন ডি এ: ৩৫৩-৩৬৮
  • ইণ্ডি এলায়েন্স: ১১৮-১৩৩
  • অন্যান্য: ৪৩-৪৮

ৰিপাব্লিক টিভি-পি মাৰ্ক:

  • এনডিএ: ৩৫৯
  • ইণ্ডি এলায়েন্স: ১৫৪
  • অন্যান্য: ৩০

লোক প’ল:

  • এন ডি এ: ৩২৫-৩৩৫
  • ইণ্ডি এলায়েন্স:১৫৫-১৬৫
  • অন্যান্য: ৪৮-৫৫

9:48 PM, 1 Jun 2024 (IST)

ইণ্ডিয়া টুডেৰ সমীক্ষা মতে, অসমত বিজেপিয়ে পাব ৯-১০ খন আসন

  • বিজেপি: ৯-১০
  • কংগ্ৰেছ: ১-২
  • এ আই ইউ ডি এফ: ১-১
  • অন্যান্য: ১-২

9:07 PM, 1 Jun 2024 (IST)

কংগ্ৰেছে নাকচ কৰিলে এগজিট পলৰ ভৱিষ্যদ্বাণী

বিভিন্ন সমীক্ষাকাৰী সংস্থাই শনিবাৰে প্ৰকাশ কৰা এগজিট প’ল মানিব ল’ব খোজা নাই কংগ্ৰেছে ৷ এই সমীক্ষাক নাকচ কৰি মহাৰাষ্ট্ৰৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সচিব আশীষ ডুৱাই ইটিভি ভাৰতক কয় “এই এগজিট প’লসমূহ লাভৰ উদ্দেশ্যেৰে পৰিচালিত আৰু আশা কৰা ধৰণেৰে চলি আছে । আমি ইয়াক নাকচ কৰো । এই সমীক্ষাসমূহ আমাৰ কৰ্মীসকলে প্ৰদান কৰা তথ্যৰ সৈতে কোনো মিল নাই । আমি আমাৰ কৰ্মীৰ দ্বাৰা কৰা সমীক্ষাক বিশ্বাস কৰিম, কোনো ব্যক্তিগত সংস্থাই কৰা সমীক্ষাক নহয় ।"

8:44 PM, 1 Jun 2024 (IST)

এতিয়ালৈকে এগজিট পলৰ ভৱিষ্যদ্বাণী:

ৰিপাব্লিক ভাৰত-মেট্ৰিজ:

  • এন ডি এ: ৩৫৩-৩৬৮
  • ইণ্ডি এলায়েন্স: ১১৮-১৩৩
  • অন্যান্য: ৪৩-৪৮

জন কি বাত:

  • এন ডি এ: ৩৬২-৩৯২
  • ইণ্ডি এলায়েন্স: ১৪১-১৬১
  • অন্যান্য: ১০-২০

ইণ্ডিয়া নিউজ-ডি-ডাইনেমিক্স:

  • এন ডি এ: ৩৭১
  • ইণ্ডি এলায়েন্স: ১২৫
  • অন্যান্য: ৪৭

ৰিপাব্লিক টিভি-পি মাৰ্ক:

  • এনডিএ: ৩৫৯
  • ইণ্ডি এলায়েন্স: ১৫৪
  • অন্যান্য: ৩০

8:07 PM, 1 Jun 2024 (IST)

ৰিপাব্লিক-মাট্ৰিজৰ এক্সিট প’ল অনুসৰি এইবাৰ বংগত বিজেপিয়ে টিএমচিক অতিক্ৰম কৰিব পাৰে । বিজেপিয়ে ২১-২৫খন লাভ কৰাৰ বিপৰীতে টিএমচিয়ে ১৬-২০খন আসন পাব । আনহাতে ইণ্ডি এলায়েন্সে ০-১ আসন পাব পাৰে । একে সময়তে ৰিপাব্লিক-পিএমআৰকিউৰ এগজিট প’ল অনুসৰি বংগত বিজেপিয়ে ২২খন আসন আৰু টিএমচিয়ে ২০খন আসন লাভ কৰিব ।

7:34 PM, 1 Jun 2024 (IST)

ইণ্ডিয়া নিউজ - D-Dynamics এগজিট প’ল অনুমান

  • এন ডি এ- ৩৭১
  • ইণ্ডি এলায়েন্স- ১২৫
  • অন্যান্য- ৪৭

জন কি বাতৰ এগজিট প’লৰ অনুসৰি

  • এন ডি এ- ৩৬২-৩৯২
  • ভাৰত- ১৪১-১৬১
  • আন- ১০-২০

Last Updated : Jun 1, 2024, 11:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.