ETV Bharat / bharat

মকৰ ৰাশিৰ ব্যৱসায়ত লাভ...বৃষ ৰাশিৰ প্ৰতিভা প্ৰকাশৰ সুযোগ লাভ... আৰু কি কি আছে আজিৰ ৰাশিফলত - Daily Horoscope For 8th June

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 12:05 AM IST

Daily Horoscope For 8th June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 8th June 2024
আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)

মেষ ৰাশি: মনৰ অস্থিৰতাই আপোনাক বিভ্ৰান্তিকৰ পৰিস্থিতিত ৰাখিব ৷ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশ ৷ নতুন কামৰ বাবে অনুপ্ৰাণিত ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনা ৷ বৌদ্ধিক আৰু লেখা-মেলা কামৰ বাবে আজি এটা শুভ দিন ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকক ৷ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত চাপ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক অনুকূল ৷ পত্নীৰ সৈতে হোৱা মতানৈক্যই আপোনাক দুখী কৰিব ৷

বৃষ ৰাশি: সম্পূৰ্ণ সুস্থিৰভাৱে কাম কৰক ৷ ভ্ৰমণত বাধা ৷ ভাতৃ-ভগ্নীৰ পৰা মৰম আৰু সমৰ্থন লাভ ৷ শিল্পী, শিপিনী আৰু সাহিত্যিকসকলে প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব ৷ স্বাস্থ্য অনুকুল ৷ বিৰোধী পৰাজিত হোৱাৰ সম্ভাৱনা ৷ শাৰিৰীক দৃষ্টিভংগীৰ পৰা এটা মধ্যমীয়া দিন ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷

মিথুন ৰাশি: দিনটোৰ আৰম্ভণিতে শৰীৰ আৰু মন সতেজ থাকিব ৷ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে প্ৰিয় খাদ্য গ্ৰহণৰ সুযোগৰ সম্ভাৱনা ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ কোনো ধৰণৰ নেতিবাচক আৱেগক প্ৰশ্ৰয় নিদিব ৷ সকলো পৰিস্থিতিত মনটোক নিয়ন্ত্ৰণত ৰাখক ৷ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িবলৈ খৰখেদা নকৰিব ৷ প্ৰয়োজন নহ'লে ভ্ৰমণ পৰিহাৰ কৰক ৷

কৰ্কট ৰাশি: পৰিয়ালৰ সৈতে কাজিয়া-বিবাদৰ সম্ভাৱনা ৷ মনত দ্বিধা-দ্বন্দ্ব চলি থাকিব, যাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ পিছুৱাই দিয়া দৰকাৰী ৷ কাৰোবাৰ লগত ভুল বুজাবুজি বা তৰ্ক হোৱাৰ সম্ভাৱনা ৷ স্বাস্থ্য সম্পৰ্কীয় অসাৱধানতাই ক্ষতি কৰাৰ সম্ভাৱনা ৷ আদালতৰ বিষয়ত সাৱধান ৷ সুনাম বা ধন হেৰুওৱাৰ সম্ভাৱনা ৷ বেছিভাগ সময়তে মৌন হৈ থাকক ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অতি লাভদায়ক ৷ কিন্তু আপোনাৰ মনটো কিবা এটা কথাত বিভ্ৰান্ত হৈ থাকিব ৷ বন্ধু-বান্ধৱীক লগ পালে লাভ হ’ব ৷ বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লাভ ৷ ঘৰতে কোনো শুভ কাম কৰিব পাৰে ৷ ব্যৱসায় বৃদ্ধি ৷ কৰ্মত নিয়োজিত লোকৰ উপাৰ্জন বৃদ্ধি ৷ আজি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পৰা অৱস্থাত থাকিব ৷ অৱশ্যে নেতিবাচক চিন্তাৰ পৰা আজি আঁতৰি থাকক ৷

কন্যা ৰাশি: আজি নতুন কামৰ পৰিকল্পনা কৰিব ৷ ব্যৱসায়ী আৰু কোনো কামত নিয়োজিত লোকৰ বাবে আজি লাভজনক দিন ৷ বিষয়াসকলে আপোনাৰ প্ৰতি দয়ালু হ’ব, যাৰ ফলত পদোন্নতিৰ সুযোগ আহিব ৷ ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা ৷ আপুনি যিকোনো বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ পিতৃৰ পৰা লাভ হ’ব ৷ স্বাস্থ্য ভাল ৷ পাৰিবাৰিক পৰিৱেশ সুখকৰ ৷ আপুনিও আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব ৷ কোনো চৰকাৰী কামৰ বাবে ওলাই যাব লাগিব পাৰে ৷

তুলা ৰাশি: আজি কৰ্মক্ষেত্ৰত আপোনাৰ বিষয়াসকলৰ অসন্তুষ্টি সহ্য কৰিব লাগিব ৷ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ৷ ল’ৰা-ছোৱালীক লৈ চিন্তা বৃদ্ধি হ’ব পাৰে ৷ ধৰ্মীয় যাত্ৰাৰো সম্ভাৱনা আছে ৷ লেখা-মেলা আৰু সাহিত্যৰ ক্ষেত্ৰত জড়িত হ’বলৈ ইচ্ছা বাঢ়িব ৷ আজি বিৰোধীৰ লগত বিবাদ পৰিহাৰ কৰক ৷ লগতে আপোনাৰ পত্নীৰ মতামতক সন্মান কৰক, নহ’লে আপোনালোকৰ মাজত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই আপোনাৰ ক্ষতি কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: এতিয়া শান্তিৰে সময় কটালে লাভজনক হ’ব ৷ নিজৰ খং নিয়ন্ত্ৰণত ৰাখক ৷ অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ নতুন সম্পৰ্ক গঢ়ি তোলাৰ আগতে চিন্তা কৰক ৷ অত্যধিক ধন ব্যয়ৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব ৷ আপোনাৰ কাম সময়মতে সম্পূৰ্ণ নহ’ব ৷ খোৱা-বোৱা ক্ষেত্ৰত যত্ন লওক ৷ শাৰীৰিক আৰু মানসিক ৰোগ বৃদ্ধি হ’ব পাৰে ৷ যোগ, ধ্যান আৰু আধ্যাত্মিকতাই মনলৈ শান্তি আনিব ৷

ধনু ৰাশি: আজি বৌদ্ধিক আৰু যুক্তিসংগত চিন্তাৰে কঠিন কামবোৰো সহজে কৰিব পাৰিব ৷ সমাজত সন্মান বৃদ্ধি হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিব ৷ তেওঁলোকৰ লগত যাত্ৰা কৰিবলৈ যাব পাৰে ৷ ভাল খাদ্য আৰু ধুনীয়া কাপোৰ লাভ কৰি মনটো সুখী হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু-বান্ধৱীৰ লগত থাকিলে ভাল লাগিব ৷ অংশীদাৰিত্বৰ কামৰ দ্বাৰা আপুনি উপকৃত হ’ব ৷

মকৰ ৰাশি: আজি আপুনি আপোনাৰ ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰিব, কিন্তু আইনী বিষয়ত সাৱধান হওক ৷ ব্যৱসায়ৰ সন্দৰ্ভত কৰা পৰিকল্পনা সফলতাৰে সম্পূৰ্ণ হ’ব ৷ কাৰোবাৰ লগত ধনৰ লেনদেন সফলভাৱে সম্পূৰ্ণ হ’ব ৷ ভাৰত আৰু বিদেশত ব্যৱসায় কৰাসকলে লাভৱান হ’ব ৷ পৰিয়ালৰ সৈতে ঘৰত সুখেৰে সময় কটাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ যিকোনো কামত সফলতা পাব ৷

কুম্ভ ৰাশি: আজি আপুনি আপোনাৰ সন্তান আৰু আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তাত পৰিব ৷ বদহজম আৰু পেটৰ বিষৰ সমস্যা হ’ব ৷ চিন্তাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে মানসিক স্থিৰতা নাথাকিব ৷ আজি নতুন কাম আৰম্ভ কৰাটো শুভ নহ’ব ৷ ভ্ৰমণত বাধা, সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়াটোৱেই ভাল হ’ব ৷ আজি কৰ্মস্থলীত কাম কৰিবলৈ মন নাযাব ৷ আজি আপুনি বেছিভাগ সময় জিৰণি ল’বলৈ ভাল পাব ৷

মীন ৰাশি: পৰিয়ালৰ সদস্যৰ লগত তৰ্ক-বিতৰ্ক হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব ৷ অবাঞ্চিত অনুষ্ঠানে আপোনাৰ উৎসাহ কমাই দিব পাৰে ৷ টোপনিৰ অভাৱত আপোনাৰ অশান্তি বৃদ্ধি পাব ৷ ধন-সম্পত্তি আৰু খ্যাতি হেৰুওৱাব ৷ পানী বেছি থকা ঠাইৰ পৰা আঁতৰি থাকক ৷ সন্ধিয়াৰ সময় পৰিয়ালৰ সৈতে সুখেৰে কটাব ৷ কিবা বস্তুৰ বজাৰ কৰিবলৈও যাব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.