ETV Bharat / bharat

তৰ্ক-বিবাদ এৰাই চলিলেহে লাভৱান হ’ব এই ৰাশিৰ লোক...আঁতৰাই ৰাখক নেতিবাচক চিন্তা...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 3rd September

author img

By ETV Bharat Features Team

Published : Sep 3, 2024, 12:26 AM IST

Daily Horoscope: আজি সিংহ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 3rd September 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: দিনটো মধ্যমীয়া ৷ তৰ্ক বিতৰ্ক এৰাই চলক ৷ ধৈৰ্য ধৰি থাকক, ততালিকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব বা কোনো সিদ্ধান্ত নল’ব ৷ আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ বিচৰা ধৰণৰ ফল পোৱাৰ কাৰণে অশেষ সংগ্ৰাম কৰি যাব লাগিব ৷ ধৈৰ্য ধৰক ৷ আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল নহয় ৷ অফিচত আপোনাৰ বাবে অজস্ৰ কাম অপেক্ষা কৰি আছে, ইয়াৰ বাবে আপোনাক অধিক সময় ব্যয় কৰিব লাগিব আৰু অধিক প্ৰয়াস পাব লাগিব ৷ যাৰ বাবে অন্যান্য কামৰ বাবে পৰিকল্পনাসমূহ বাতিল কৰিব লাগিব ৷ সামান্য পেটৰ গণ্ডগোলে আপোনাক আমনি দিব পাৰে ৷ সাৱধানে থাকিব!

বৃষ ৰাশি: কালি আপোনাৰ গ্ৰহৰ অৱস্থান অত্যন্ত ভাল আছিলে বাবে আজি আপোনাৰ আত্মবিশ্বাসত অটুত থাকিব, বা ক’ব গ’লে আৰু অধিক বাঢ়িব ৷ সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰে সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত নতুন উচ্চতা লাভ কৰিব পাৰিব ৷ সকলো ক্ষেত্ৰত সফলতা নিশ্চিত ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে আৰু আপুনি নিজেই যদি মাতৃ বা পিতৃ হয় তেতিয়া হ’লে নিজৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে বুদ্ধি বিবেচনাৰে বিনিয়োগ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে, আৰু যদি বিশেষকৈ আপুনি ৰাজহুৱা খণ্ডৰ লগত যুক্ত কোনো কাম কৰে তেতিয়া হ’লে এই লাভ হ’বই ৷ শিক্ষকসকলৰ কাৰণে, যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ সময়টো বৰ ভাল ৷ এই সময়টোক উপভোগ কৰি যাওঁক!

মিথুন ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে যি কোনো নতুন চুক্তি কৰিব পাৰে ৷ নিজৰ ব্যৱসায়িক বা কামৰ প্ৰতিবেদন দাঙি ধৰাৰ বাবে আগুৱাই যাওঁক, কাম আপোনাৰ হাততেই আহিব ৷ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক ৷ কিন্তু সতৰ্ক হৈ থাকিবলৈ নাপাহৰিব, আৰু এই লাভবোৰ হাতৰ পৰা যাবলৈ নিদিব ৷ ভাই-ভনী বা চুবুৰীয়াৰ ৰুক্ষ আচৰণত আপুনি মনত দুখ পাব পাৰে ৷ সম্ভৱ হ’লে সংঘাত এৰাই চলক ৷ কিছু মানুহ বা বিষয় সম্বন্ধে আপুনি নিজৰ মত সলনি কৰিবলৈ বাধ্য হ’ব ৷ সন্দেহজনক আৰ্থিক প্ৰকল্পৰ পৰা দূৰত থাকক, আৰ্থিক বিষয়ত সতৰ্ক থাকক ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজি নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক সন্দেহজনক ভাব মনৰ পৰা আঁতৰাওক ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে ৷ আপুনি যদি প্ৰিয়জনৰ কোনো কথাত মনত দুখ পাইছে বা আপোনাৰ বেয়া লাগিছে তেতিয়া হ’লে সেইবোৰ কথা মনৰ ভিতৰতে নাৰাখি খোলা-খুলিকৈ কৈ দিয়ক, তেওঁলোকৰ সৈতে বিবাদৰ নিষ্পত্তি কৰক ৷ পৰীক্ষাৰ প্ৰস্তুতি লৈ থকা বা পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সময়টো ভাল নহয় ৷ বেয়া চিন্তা মনৰ পৰা আঁতৰাই দিয়ক ৷

সিংহ ৰাশি: দিনটো শুভ ৷ আজি আপুনি সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ লগতে আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আজি চৰম পৰ্যায়ত থাকিব, সেয়েহে অতি সহজতে ততালিকে যি কোনো দৃঢ় সিদ্ধান্ত ল’ব পাৰিব ৷ আজিৰ আপুনি পিতৃৰ দ্বাৰা আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ সমাজত আপোনাৰ সন্মান বৃদ্ধিৰ ৰূপত আহিব পাৰে ৷ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ নিজৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু মুখত লেকাম টানি ৰাখক ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷

কন্যা ৰাশি: আত্মসন্তুষ্টিৰ ভাৱ মনৰ পৰা আঁতৰাওক আৰু অহংকাৰৰ পৰা দূৰত থাকক ৷ এইবোৰ যদি কৰিব নোৱাৰে, তেতিয়া হ’লে আপোনাৰ দৰেই আন কোনোবা অহংকাৰী আৰু আত্মসন্তুষ্টিত ভোগা মানুহৰ সৈতে মুখামুখি সংঘাত হ’ব পাৰে ৷ যাৰ ফলত আপোনাৰ মানসিক অস্থিৰতা বৃদ্ধি পাব আৰু যাৰ ক্ষতিকৰ প্ৰভাৱ পৰিব আপোনাৰ স্বাস্থ্যৰ ওপৰত ৷ বন্ধুৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷ গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখক! প্ৰাৰ্থনা বা ধ্যান কৰক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী ৷ আপুনি যিয়ে কৰিব তাতেই আপোনাৰ ভাগ্য প্ৰসন্ন থাকিব আৰু আপুনি জীৱনৰ যি কোনো ক্ষেত্ৰতেই ভাগ্যশালী হ’ব ৷ আপুনি আজি বন্ধুসকলক লগ পাব পাৰে, আৰু তেওঁলোকৰ সৈতে কোনো পৰ্যটনত যাবলৈ বা সৰু-সুৰা কোনো ভ্ৰমণত যাবলৈ পৰিকল্পনা কৰিব পাৰে বা আপোনাৰ নিজৰ ঘৰতে বা বন্ধুৰ ঘৰতে নৈশভোজৰ আয়োজন হ’ব পাৰে বা অনানুষ্ঠানিকভাৱে মিলামিচা হ’ব পাৰে ৷ যিয়ে হওক, উপভোগ কৰক! ৷ ব্যৱসায়ৰ সৈতে আনন্দ-ফূৰ্তিক মিহলাই দিয়াৰ কাৰণে দিনটো ভাল ৷ ব্যৱসায়ীসকলৰ লাভৰ দিন ৷ আপোনাৰ সৈতে আপোনাৰ সংগিনীৰ সম্পৰ্ক এক শিহৰণ জগাই তুলিব পাৰে ৷

বৃশ্চিক ৰাশি: আপুনি আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব ৷ কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল ৷ আপোনাৰ উদ্যেগ আৰু চিন্তাধাৰাৰ প্ৰতি সহকৰ্মীসকলৰ সহযোগিতা পাব আৰু ঊৰ্ধ্বতনসকলৰ পৰাও সমৰ্থন পাব ৷ আপুনি দেওবাৰৰ দিনাও কাম কৰিবলগীয়া হ’লে দিনটো আনন্দেৰে কাটিব ৷ আপোনাৰ দায়িত্বত থকা সকলো কাম সময়ত শেষ কৰি উঠিব পাৰিব বাবে সন্ধিয়া ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব আৰু সন্মান বৃদ্ধি উপভোগ কৰিব ৷ সন্তানৰ সফলতাৰ কথা বা সিহঁতৰ পৰা সু-সংবাদ পোৱাৰ পিচত আপুনি আনন্দ লাভ কৰিব ৷

ধনু ৰাশি: নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ অনিদ্ৰা, উদ্বেগ আদি বাঢ়িব পাৰে ৷ তাতকৈ আপুনি এনেকুৱা ব্যৱস্থা লওঁক ৷ শৰীৰৰ কষ্ট হ’ব পাৰে এনেকুৱা কোনো কাম নকৰিব ৷ পাৰিলে দেওবাৰে যাবলগীয়া প্ৰমোদ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক ৷ নেতিবাচক প্ৰভাৱ পেলাব পৰা মানুহৰ সৈতে কাজিয়া নকৰিব ৷ আপুনি কি ধৰণৰ আৰু কিমান পৰিমাণত খাদ্য খাই আছে সেই দিশত চকু দিয়ক ৷ আৰাম কৰক!!

মকৰ ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব ৷ ব্যয় এৰাই চলক, তেতিয়া হ’লে সাৱধান হওঁক আৰু যি মন যায় তাকেই কিনি লোৱাৰ পৰা নিজক বিৰত ৰাখক ৷ খোৱা-লোৱা সাৱধানে কৰিব, বিশেষকৈ বাহিৰত যদি খোৱা-লোৱা কৰে ৷ আপুনি আজি ক্ৰোধ আৰু নেতিবাচক চিন্তাৰ বশৱৰ্তী হ’ব পাৰে ৷ সাৱধানে থাকিব! কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব, তথাপি ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে কোনো কাজিয়াত লিপ্ত নহ’ব নহ’লে অভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হ’ব পাৰে ৷

কুম্ভ ৰাশি: আজি দিনটো আপোনাৰ বাবে শুভ ৷ আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব ৷ দিনটোক উপভোগ কৰক! অন্তৰ আৰু আন্তৰিকতা সম্বন্ধীয় সকলো দিশ অসাধাৰণ হৈ উঠিব ৷ এনে পৰিস্থিতি কৰ্মক্ষেত্ৰতো দেখিবলৈ পোৱা যাব আৰু এয়া ব্যৱসায়িক অংশীদাৰিত্বকো সৌভাগ্যশালী কৰি তুলিব ৷ এই সময়টোত আপুনি সঁচাকৈ আনন্দ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ ৰ’ব ৷ যি আপোনাৰ সকলো কাম-কাজত প্ৰকাশ পাব ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, যি বৰ সুখকৰভাৱে বাস্তৱায়িত হ’ব ৷ গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ৷

মীন ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী ৷ আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্পক অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব ৷ আজি আপোনাৰ কঠোৰ মনঃসংকল্প প্ৰত্যক্ষ কৰি আপোনাৰ ঘনিষ্ঠ বন্ধুসকলেও তবধ মনিব ৷ আজি আপুনি ভিতৰৰ পৰা নিজক সুস্থ অনুভৱ কৰিব আৰু আজিৰ পৰা আপুনি নতুন উদ্যোগেৰে শৰীৰ চৰ্চাৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰিব ৷ ঘৰত শান্তি বৰ্তি থাকিব ৷ কেৱল নিজৰ খং আৰু কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখি চলক ৷ কোনো কথাৰ মাত হস্তক্ষেপ নকৰিব ৷ মোমায়েকৰ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ লোকৰ বাবে খোল খাব কেৰিয়াৰৰ নতুন পথ...প্ৰেমৰ সম্পৰ্ক হ’ব অধিক মজবুত...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.