ETV Bharat / bharat

ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ’ব মেষ ৰাশিৰ লোক...জুই আৰু পানীৰ পৰা সাৱধানে থাকক এই ৰাশিৰ লোক... - Daily Horoscope For 11th August

author img

By ETV Bharat Features Team

Published : Aug 11, 2024, 12:55 AM IST

Daily Horoscope: আজি বহু কেইটা ৰাশিৰ জাতক-জাতিকাই নিজৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱা উচিত ৷ ধনু ৰাশিৰ বিবাহ প্ৰাৰ্থীসকলৰ প্ৰেম বিবাহ হোৱাৰ যোগ ৷ মানসিক চিন্তা ত্যাগ কৰক মীন ৰাশিৰ লোকে ৷ অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 11th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: গোটেই দিনটো মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ সাংসাৰিক জীৱন আনন্দদায়ক হৈ থাকিব ৷ ভ্ৰমণত যাব পাৰে আৰু জুতিলগা খাদ্য ভোজন কৰিব পাৰে ৷ হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে ৷ নিজৰ চিন্তা আৰু প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক ৷ বৈদেশিক বাণিজ্যৰ সৈতে যুক্ত লোকসকলে লাভৱান হ’ব ৷

বৃষ ৰাশি: দিনটো শুভ ৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনা কৰি প্ৰণালীবদ্ধভাৱে আগুৱাই যাব ৷ অসমাপ্ত হৈ থকা কামবোৰ সম্পন্ন কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত দিনটো ভালদৰে পাৰ হ’ব ৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব ৷ শাৰীৰিকভাৱে সুস্থ ৷

মিথুন ৰাশি: দিনটো মধ্যমীয়া ৷ নতুন কাম আজি হাতত নল’ব ৷ স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ চিন্তা বৃদ্ধি পাব ৷ পেটৰ সমস্যাত ভুগিব পাৰে ৷ ব্যয় বৃদ্ধি ৷

কৰ্কট ৰাশি: ভাবি-চিন্তি কাম কৰক ৷ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো আপোনাৰ বাবে জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি বিষ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদ ঙৱব পাৰে ৷ অধিক ব্যয়ৰ যোগ ৷ অনিদ্ৰাই আমনি কৰিব পাৰে ৷

সিংহ ৰাশি: সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব ৷ নিজৰ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷ ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সম্পূৰ্ণ সুস্থ হৈ থাকিব ৷ আৰ্থিক লাভ ৷ শান্ত হৈ থাকিব ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷

কন্যা ৰাশি: দিনটো শুভ ৷ নিজৰ মিঠা মাতেৰে চাৰিওফালে থকা লোকৰ উপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব ৷ ঘৰুৱা পৰিৱেশ ভাল ৷ সুচলভাৱে আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ বন্ধু বা প্ৰিয়জনক সাক্ষাৎ কৰিব পাৰে ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ ৷

তুলা ৰাশি: কোনো কামেই আত্মবিশ্বাসৰ জোৰত কৰি যাব পাৰিব ৷ নিজৰ আৰ্থিক দিশটোক সফলভাৱে চম্ভালি লৈ যাব পাৰিব ৷ শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব ৷ শ্বপিং আৰু মনোৰঞ্জনৰ নামত খৰচ হ’ব ৷ নিজৰ বিশ্বাসত অটল থাকিব ৷

বৃশ্চিক ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি ৷ কিন্তু খৰচ ভাল কামৰ বাবেই বহ’ব ৷ যেনে ভ্ৰমণ, আনন্দ আৰু খেলা ধূলাত ৷ কিন্তু শৰীৰে আপোনাৰ লগ নিদিব ৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিব লগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ঠজনৰ ব্যৱহাৰত খং উঠিব পাৰে ৷ সাৱধানে থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে ৷ সামাজিকভাৱে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷

ধনু ৰাশি: কামৰ বোজা বৃদ্ধি ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷ বন্ধুৰ লগত খোজকঢ়া, পাহাৰ বগোৱা, দৌৰা আদি খেলত অংশগ্ৰহণ কৰিব পাৰিব ৷ বিবাহ প্ৰাৰ্থীসকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ সন্তান আৰু মহিলা বন্ধুৰ পৰা লাভ হ’ব ৷ ভাল খাদ্য আৰু শুভ গ্ৰহই আপোনালৈ বাট চাই আছে ৷

মকৰ ৰাশি: দিনটো আপোনাৰ বাবে পাৰ কৰাটো কঠিন যেন লাগিব ৷ জুই আৰু পানীৰ পৰা সাৱধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব ৷ পদোন্নতিৰ যোগ দেখা যায় আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হ’ব পাৰে ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’ব আৰু সন্মান লাভ কৰিব ৷ পাৰিবাৰিক পৰিৱেশ সুন্দৰ হ’ব ৷ সন্তানৰ পৰা সুখ লাভ কৰিব ৷

কুম্ভ ৰাশি: এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা দুৰ্বল অনুভৱ কৰিব ৷ অফিচাৰসকলৰ পৰা সাৱধানে থাকক আৰু বুদ্ধিৰে কামত আগবাঢ়ক ৷ তেওঁলোকে আপোনাক অবহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্দিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহু দিনৰ পৰা প্ৰতিক্ষা কৰি থকা খবৰ আহিব পাৰে ৷ এই সকলোৰ বাদ দি আপুনি অলপ সময় উলিয়াই পৰিয়ালৰ লগত দিন কটাওক আৰু আনন্দ কৰক, সৰু-সুৰা ভ্ৰমণলৈ যাব পাৰে ৷

মীন ৰাশি: গণেশৰ কৃপাত এই দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰক ৷ কাৰো ওপৰত বৰ বিশ্বাস নকৰিব ৷ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ কিন্তু ধনৰ ক্ষেত্ৰত ভাল দিন, হঠাৎ নভবাকৈ ধনাগমন হ’ব পাৰে ৷ ব্যৱসায়ত সোমাই থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে ৷ অযথা খৰচৰ মাত্ৰা কমাওক ৷ মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে যোগ বা ধ্যান তথা ইশ্বৰৰ উপাসন কৰিব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহত প্ৰেম-ভাগ্য দুয়োটাই থাকিব কেবাটাও ৰাশিৰ পক্ষত...প্ৰশংসাৰ পাত্ৰ হ’ব জাতক-জাতিকাসকল...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.