ETV Bharat / bharat

কুম্ভ ৰাশিক প্ৰয়োজন স্বাস্থ্যৰ যত্নৰ...মেষ ৰাশিৰ সাংসাৰিক জীৱন হ’ব আনন্দদায়ক...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 10th June

author img

By ETV Bharat Features Team

Published : Jun 10, 2024, 1:11 AM IST

Daily Horoscope For 10th June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 10th June 2024
আপোনাৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: গোটেই দিনটো আপুনি মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ সাংসাৰিক জীৱন আনন্দদায়ক হৈ থাকিব ৷ ভ্ৰমণত যাব পাৰে আৰু জুতিলগা খাদ্য ভোজন কৰিব ৷ হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে ৷ নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰক ৷

বৃষ ৰাশি: মানসিকভাৱে ভাগি পৰিব পাৰে ৷ সেইবাবে নিজৰ যত্ন লওক ৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনাৰ সৈতে প্ৰণালীৱদ্ধভাৱে আগুৱাই যাব পাৰিব ৷ অসমাপ্ত হৈ থকা কামবোৰ সম্পন্ন কৰিব পাৰে ৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব ৷ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ স্বাস্থ্যৰ যত্ন লওক ৷

মিথুন ৰাশি: দিনটো মধ্যমীয়া ৷ নতুন কাম হাতত নল’ব ৷ স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ দুশ্চিন্তা থাকিব ৷ ব্যয় বৃদ্ধি পাব ৷ সম্ভৱ হ’লে আনৰ সৈতে বিবাদত নোসোমাব ৷

কৰ্কট ৰাশি: ভাবি-চিন্তি কাম কৰক ৷ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো আপোনাৰ বাবে জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি বিষ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ ফলত মনত দুখ পাব পাৰে ৷ অধিক ব্যয়ৰ যোগ ৷ বদনাম হ’ব পাৰে ৷ অনিদ্ৰাই আমনি দিব পাৰে ৷

সিংহ ৰাশি: সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব আৰু নিজৰ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷ সেয়ে আজি আনন্দত থাকিব ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক ভাল ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ ৷ আৰ্থিক লাভ হ’ব ৷ শান্ত হৈ থাকক ৷ স্ত্ৰীভাগ্য আজি আপোনাৰ ওপৰত প্ৰসন্ন ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷

কন্যা ৰাশি: দিনটো শুভ ৷ নিজৰ মিঠা মাতেৰে চাৰিওফালে থকা লোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ তথাপি সংঘাতৰ সামান্য সম্ভাৱনাকো এৰাই চলিবলৈ নিজৰ মুখত লেকাম টানি ৰাখক ৷ সুচলভাৱে আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ বন্ধু আৰু প্ৰিয়জনক লগ পাব পাৰে ৷ সৰু-সুৰা ভ্ৰমণ হোৱাৰ যোগ আছে ৷

তুলা ৰাশি: যিকোনো কামেই আত্মবিশ্বাসৰ জোৰত কৰি যাব পাৰিব ৷ আৰ্থিক দিশটোক সফলভাৱে চম্ভালি লৈ যাব পাৰিব ৷ শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব ৷ শ্বপিং আৰু মনোৰঞ্জনৰ নামত খৰচ হ’ব ৷ নিজৰ বিশ্বাসত অটল থাকিব ৷ সৃজনশীল ক্ৰিয়াকলাপত যুক্ত হোৱাৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ কিন্তু খৰচ ভাল কামৰ বাবেই হ’ব- যেনে ভ্ৰমণ, আনন্দ আৰু খেলা-ধূলাত ৷ কিন্তু শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ণ আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব ৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ট জনৰ ব্যবহাৰত আপোনাৰ খং উঠিব পাৰে ৷ সাৱধানে থাকক অন্যথা বিপদত পৰিব পাৰে ৷ সামাজিক ভাৱে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷

ধনু ৰাশি: কামৰ বোজাৰ মাজত থাকিবলগীয়া হ’ব পাৰে ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব আৰু প্ৰেমৰ উমেৰে ভৰা হ’ব ৷ বন্ধুৰ লগত খোজকঢ়া, পাহাৰ বগোৱা, দৌৰা আদি খেলত অংশগ্ৰহণ কৰিব পাৰিব ৷ বিবাহপ্ৰাৰ্থী সকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ সন্তান আৰু মহিলা বন্ধুৰ পৰা লাভ হ’ব ৷

মকৰ ৰাশি: দিনটো শুভ ৷ জুই আৰু পানীৰ পৰা সাৱধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব ৷ পদ্দোন্নতিৰ যোগ দেখা যায় আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হ’ব পাৰে আৰু আপোনাৰ আনন্দ বাঢ়িব ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’ব আৰু সন্মান লাভ কৰিব ৷ পাৰিবাৰিক পৰিৱেশ সুন্দৰ হ’ব ৷

কুম্ভ ৰাশি: শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা দুৰ্বল আৰু কম কাৰ্যক্ষম অনুভৱ কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাৱধানে আতৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ তেওঁলোকে আপোনাক অবহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্দীগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহু দিনৰ পৰা প্ৰতিক্ষা কৰি থকা খবৰ আহিব পাৰে ৷

মীন ৰাশি: গণেশৰ কৃপাত এই দিনটো মধ্যমীয়া ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰক ৷ কাৰো ওপৰত বৰ বিশ্বাস নকৰিব ৷ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অবনতি ঘটিব ৷ কিন্তু ধনৰ ক্ষেত্ৰত ভাল দিন, হঠাৎ নভবাকৈ ধনাগমণ হ’ব পাৰে ৷ ব্যৱসায়ত সোমায় থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে ৷ অযথা খৰচৰ মাত্ৰা কমাওক ৷ মানসিক শক্তিৰ উন্নতিৰ বাবে যোগ বা ধ্যান আৰু পাৰ্থনা কৰিব পাৰে ৷

লগতে পঢ়ক: বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.