অসম

assam

ETV Bharat / videos

হোমেন বৰগোহাঞি জাতীয় জীৱনৰ পিতৃস্বৰূপ আছিল : ড৹ অনিল শইকীয়া

By

Published : May 12, 2021, 2:07 PM IST

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুয়ে মৰ্মাহত কৰি তুলিছে ৰাজ্যবাসীক । বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি জাতীয় জীৱনৰ পিতৃস্বৰূপ আছিল ৷ এই মন্তব্য কৰে লোক সংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অনিল শইকীয়াই । লগতে বিশিষ্ট সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজি আৰু অৱদানক স্মৰণ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details