অসম

assam

ETV Bharat / videos

স্বর্ণিম বিজয় দিৱস উদযাপন কৰিলে আছাম ৰাইফলৰ শিলচৰ শাখাই

By

Published : Oct 28, 2021, 10:33 PM IST

স্বর্ণিম বিজয় দিৱস উদযাপন কৰিলে আই.জি.এ.আৰ আছাম ৰাইফলৰ শিলচৰ শাখাই । এই উপলক্ষে অনুষ্ঠিত সভাত দেশৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা জোৱান সকলক সন্মানিত কৰা হয় ৷ অনুষ্ঠানত কেইবাগৰাকী আছাম ৰাইফলৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details