অসম

assam

By

Published : Mar 27, 2021, 12:54 PM IST

ETV Bharat / videos

লাহোৱালত ইভিএম বিকল, কি ক’লে বিধায়কে ?

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ উজনি হাতীমূৰা প্ৰাথমিক বিদ্যালয়ত বিকল হৈ পৰিছে ইভিএম ৷ 40 গৰাকী ব্যক্তিয়ে ভোট সাব্যস্ত কৰাৰ পাচতেই বিকল হৈ পৰে মেচিনটো ৷ ইভিএম বিকল সন্দৰ্ভত কি ক’লে সমষ্টিটোৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই...

ABOUT THE AUTHOR

...view details