কেন্দ্ৰৰ 20 লাখ কোটিৰ পেকেজঃ কি কয় ৰাজ্যৰ অৰ্থনীতিবিদে !
তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ মাজতে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে 20 লাখ কোটি টকীয়া বিশেষ পেকেজ ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ ঘোষণাৰ সন্দৰ্ভত কি কয় ৰাজ্য়ৰ বিশিষ্ট অৰ্থনীতিবিদ দিলীপ শৰ্মাই ৷ এই সন্দৰ্ভত অৰ্থনীতিবিদ গৰাকীৰে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ-
Last Updated : May 14, 2020, 2:15 PM IST