অসম

assam

By

Published : Apr 21, 2019, 6:33 PM IST

Updated : Apr 21, 2019, 8:49 PM IST

ETV Bharat / videos

লোকবাদ্য নিৰ্মাণত ঢকুৱাখনাৰ এজন যুৱকৰ সাধনা

দৰিদ্ৰতা যে প্ৰতিভা বিকাশত হেঙাৰ হ'ব নোৱাৰে তাৰ এক জ্বলন্ত উদাহৰণ ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ এজন যুৱক । বাঁহী, শংখ, একতাঁৰা, দুতাঁৰা, বীণ, ঢোলকি, চিটাৰ, গগনা, পেঁপাৰ দৰে বহু বিধ অসমীয়া লোকবাদ্যই প্ৰাণ পাই উঠিছে এজন যুৱকৰ হাতত ৷ ছ'চিয়েল মিডিয়াৰ যোগেদি কিছু জনপ্ৰিয়তা অৰ্জন কৰা এই অখ্যাত যুৱকজন ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ দিব্যজ্যোতি চুতীয়া । আমাৰ এক প্ৰতিবেদন ...
Last Updated : Apr 21, 2019, 8:49 PM IST

ABOUT THE AUTHOR

...view details