২০২০ চনৰ বাজেটক লৈ কি মন্তব্য ব্যৱসায়ীৰ!!!
২০২০ চনৰ ১ ফেব্ৰুৱাৰীত উত্থাপন হ'ব কেন্দ্ৰীয় বাজেট । এই সন্দৰ্ভত কেইজনমান ব্যৱসায়ীয়ে আগবঢ়ালে মতামত ৷ বাজেটত যাতে চৰকাৰে নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে কৰ্মসংস্থাপনৰ বাট মুকলি কৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰিলে দৰ্পনৰ অধ্যক্ষ কেশৱ হাজৰিকাই ৷ আনহাতে, "নতুন বাজেটে যাতে সৰু সৰু ব্যৱসায়ীসকলক টেক্সৰ ক্ষেত্ৰত ৰেহাই দিব বুলি আশাবাদী যুৱ ব্যৱসায়ী মঞ্জিল আহমেদ ৷
Last Updated : Jan 30, 2020, 9:58 PM IST