অসম

assam

ETV Bharat / videos

নগাঁৱত ৰূপক শৰ্মাৰ ৰেলী

By

Published : Apr 16, 2019, 1:09 PM IST

মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিন ৷ অন্তিম দিনটোত নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ সমৰ্থনত নগাঁও চহৰত উলিওৱা হয় এক বিশাল ৰেলী ৷ বিজেপি কাৰ্যালয়ৰ পৰা আৰম্ভ হয় এই ৰেলী ৷

ABOUT THE AUTHOR

...view details