অসম

assam

ETV Bharat / videos

HS final result 2022: বিজ্ঞান শাখাত দ্বিতীয় শীৰ্ষ স্থানত চল্টব্ৰুকৰ অলংকৃতা

By

Published : Jun 27, 2022, 9:54 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ (Higher Secondary result 2022) বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমিৰ কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই । ডিব্ৰুগড় চহৰৰ টেকেলা চিৰিং গাঁৱৰ নিবাসী তথা জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা গৌতম কৌশিক বৰুৱা আৰু গৃহিনী ৰঞ্জন শইকীয়া বৰুৱাৰ কন্যা অলংকৃতা গৌতম বৰুৱা ৷ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অলংকৃতাৰ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ মন ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details