অসম

assam

ETV Bharat / videos

Covid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Jun 27, 2020, 3:42 PM IST

সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 99,10,068 গৰাকীলৈ বৃদ্ধি ৷ আনহাতে, মৃতকৰ সংখ্যা হৈছেগৈ 4,96,991 গৰাকী ৷ সমগ্ৰ বিশ্বৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা 2,552,956 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হৈছে 127,640 গৰাকীৰ ৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ৰাছিয়া ৷ চতুৰ্থ স্থানত আছে ভাৰত ৷ ভাৰতত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 5,08,953 গৰাকী হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছে 15,685 গৰাকী ৷ দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷

ABOUT THE AUTHOR

...view details