অসম

assam

By

Published : Aug 5, 2022, 12:38 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Har Ghar Tiranga Abhiyan: হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ লগত সংগতি ৰাখি SSB ৰ চাইকেল ৰেলী

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) । সামান্তৰালভাৱে তেজপুৰ সশস্ত্ৰ সীমা বল (SSB) তেজপুৰ ফ্ৰণ্টিয়াৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এক চাইকেল ৰেলীৰ আয়োজন কৰে (SSB organized cycle rally at Tezpur) । সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান সুজয় থাওচেনৰ নেতৃত্বত এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থী আৰু বিষয়াসকলে চাইকেল চলাই তেজপুৰ হলেশ্বৰ, শলমৰা আৰু বহু ভিতৰুৱা অঞ্চলত চাইকেল চলাই ত্ৰিৰঙ্গা পতাকাৰ সজাগতা সৃষ্টি কৰি পতাকা বিতৰণ কৰে (SSB distributes National flag at Tezpur) ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details