কাশ্মীৰৰ পৰা 370 বাতিল হোৱাৰ পাচৰ প্ৰথমখন প্ৰেম বিবাহ
370 বাহাল থকা অৱস্থাত কাশ্মীৰি যুৱতী ভাৰতীয় যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'লে যুৱতীগৰাকীয়ে নিজৰ কাশ্মীৰৰ নাগৰিকত্ব হেৰুৱাব লগা হোৱাৰ বিপৰীতে কোনো পাকিস্তানী যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হ'লে যুৱতীগৰাকীৰ কাশ্মীৰৰ নাগৰিকত্ব অক্ষুন্ন থকাৰ উপৰিও যুৱকজনেও কাশ্মীৰৰ নাগৰিকত্বও লাভ কৰিছিল ৷