অসম

assam

ETV Bharat / videos

গুলমাৰ্গত সেনাই স্থাপন কৰিলে 100 ফুট দৈৰ্ঘৰ ত্ৰিৰংগা

By

Published : Aug 11, 2021, 10:37 AM IST

ভাৰতীয় সেনাই(Indian Army) মঙলবাৰে উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ(Baramulla district of north Kashmir) এক মনোৰম পৰ্যটনস্থলী গুলমাৰ্গ উপত্যকাত(Gulmarg Valley) ১০০ ফুট দীঘল ত্ৰিৰংগা পতাকা(100-feet-long tricolour flag) স্থাপন কৰে ৷ 75 তম স্বাধীনতা দিৱস উপলক্ষে অনুচ্ছেদ ৩৭০(Articles 370) আৰু ৩৫এ(35A) প্ৰত্যাহাৰৰ দুবছৰৰ পাচত আয়োজিত এক অনুষ্ঠানত এই ত্ৰিৰংগা উত্তোলন কৰা হয় ৷ সামৰিক বিষয়াসকলৰ উপৰিও অনুষ্ঠানটোত বহুকেইগৰাকী প্ৰশাসনিক বিষয়া আৰু সমাজকৰ্মী অনুষ্ঠানটোত উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details