অসম

assam

ETV Bharat / state

এনআইএৰ আদালতে জামিন প্ৰদান কৰে ঢলা হত্যাকাণ্ডৰ অভিযুক্ত জিন্টু গগৈক

শুকুৰবাৰে ঢলাৰ বিচনিমুখ খেৰবাৰীৰ পাঁচ নিৰীহ ব্যক্তিক হত্যাকাণ্ডৰ সন্দৰ্ভত অভিযুক্ত আলফাৰ লিংকমেন জিন্টু গগৈক জামিন প্ৰদান কৰিলে NIAৰ আদালতে ।

এনআইএৰ আদালতে জামিন প্ৰদান কৰে ঢলা হত্যাকাণ্ডৰ অভিযুক্ত জিন্টু গগৈক

By

Published : May 4, 2019, 5:12 PM IST

  • আলফাৰ লিংকমেন জিন্টু গগৈক জামিন প্ৰদান কৰিলে এনআইএৰ আদালতে
  • গগৈৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব নোৱাৰিলে শদিয়া আৰক্ষীয়ে
  • তিনিচুকীয়া ঢলাৰ বিচনিমুখ খেৰবাৰীৰ পাঁচ নিৰীহ ব্যক্তিক হত্যাকাণ্ডৰ সন্দৰ্ভত অভিযুক্ত আছিল জিন্টু গগৈ
  • হত্যাকাণ্ডত জৰিতৰ সন্দেহত শদিয়া আৰক্ষীয়ে জিণ্টু গগৈক গ্ৰেপ্তাৰ কৰি গতাইছিল এনআইএক

ABOUT THE AUTHOR

...view details