অসম

assam

ETV Bharat / state

ডুমডুমা-ধলাত ব'ল বমত ঈছৰ'ৰ মিছাইল

ব'ল বমৰ বাবে শাওনৰ তৃতীয় দেওবাৰতো তিনিচুকীয়াৰ ধলাত শিৱ ভক্তৰ ভিৰ।এইবাৰৰ ব'ল বমত ISRO ৰ চন্দ্ৰযানৰ আৰ্হিৰ ৰথৰ লগতে ভাৰতৰ জাতীয় পতাকা লৈ ভক্তই যাত্ৰা কৰা দেখা গ'ল শিৱ ধামলৈ ৷

ডুমডুমা-ধলাত ব'ল বমত ISRO ৰ মিচাইল

By

Published : Aug 4, 2019, 5:42 PM IST

ডুমডুমা,4আগষ্টঃ পবিত্ৰ শাওনৰ তৃতীয়টো দেওবাৰটো কমা নাই ব'ল বমৰ ভক্তৰ ভিৰ ৷ শিৱক আৰাধনা কৰাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াটো শিৱ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । ধলা নৈৰ পৰা পানী লৈ তিনিচুকীয়া শিৱ ধামলৈ যাত্ৰা কৰিছে ভক্তসকলে । পিচে এইবাৰৰ ব'ল বমত ISRO ৰ চন্দ্ৰযানৰ আৰ্হিৰ ৰথৰ লগতে ভাৰতৰ জাতীয় পতাকা লৈ ভক্তই যাত্ৰা কৰা দেখা গ'ল শিৱ ধামলৈ ।

ডুমডুমা-ধলাত ব'ল বমত ISRO ৰ মিচাইল

ABOUT THE AUTHOR

...view details