অসম

assam

ETV Bharat / state

তালাপত আছুৰ উত্তাল প্ৰতিবাদ

খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি চাহ উদ্যোপতি কৰণ পালক

তালাপত আছুৰ উত্তাল প্ৰতিবাদ

By

Published : Mar 26, 2019, 11:10 PM IST

নিউজ ডেস্ক, তিনিচুকীয়া, 26 মাৰ্চ : তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উত্তাল কৰিলে তালাপ চাহ বাগিচা ৷ এপিজে টি গ্ৰুপৰ অধ্যক্ষ কৰণ পাল মুৰ্দাবাদ ধবনিৰে মঙলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উত্তাল কৰে পৰিবেশ ৷ তালাপ চাহ বাগিচা অৱস্থিত এপিজেৰ পঞ্জীকৃত কাৰ্যালয় চৌহদ৷ চাহ উদ্যোগপতি কৰণ পালৰ বিৰুদ্ধে বাগিচা প্লেনটেচন আইন-প্লেনটেচন লেবাৰ আইন-১৯৫১আৰু এপ্লইমেন্ট আইন-১৯৪৬ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷

তালাপত আছুৰ উত্তাল প্ৰতিবাদ
তালাপ চাহ বাগিচাস্থিত বহুজাতিক চাহ কোম্পানীটোৰ পঞ্জিকৃত কাৰ্যালয়ৰ প্ৰশাসনিক ক্ষমতা,পঞ্জীকৃত কাৰ্যালয়টোত খালি হৈ থকা উচ্চবৰ্গৰ সহায়ক পদ সমূহৰ নিযুক্তি প্ৰদানৰ দাবী কৰিছে ছাত্ৰ সন্থাই । খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰৰ পৰা চাহ উদ্যোপতি কৰণ পালক আতৰি থাকিবলৈ ছাত্ৰ সন্থাই কঠোক সকীয়নি প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details