অসম

assam

ETV Bharat / state

ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

অভিযানকাৰী দলটোৱে অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় । যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ অভিযোগৰ ভিত্তিত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ড০ সূৰ্য কমল বৰা আৰু ৰঙাপৰাৰ আবকাৰী বিভাগে দৈনিক বজাৰত থকা কেইবাখনো অবৈধ সুৰাৰ দোকানত অভিযান চলায় ৷

By

Published : Apr 11, 2019, 12:47 AM IST

ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

ৰঙাপৰা, 11 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় দণ্ডাধীশ আৰু আবকাৰী বিভাগে । অভিযানকাৰী দলটোৱে অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় । যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ অভিযোগৰ ভিত্তিত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ড০ সূৰ্য কমল বৰা আৰু ৰঙাপৰাৰ আবকাৰী বিভাগে দৈনিক বজাৰত থকা কেইবাখনো অবৈধ সুৰাৰ দোকানত অভিযান চলায় ৷

ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

ABOUT THE AUTHOR

...view details