তেজপুৰ, 16 মে': ৰুপা মহকুমাৰ অন্তৰ্গত পশ্চিম কামেং জিলাৰ চিনচুন আৰু তেংগা গাঁৱৰ বিভিন্ন ৰোগত আক্ৰান্ত তথা দুৰ্ঘটনাত পতিত লোকসকলক চিকিৎসাৰ বাবে অৰুণাচল প্ৰদেশস্থিত দাহুংগৰ মিলিটাৰী চিকিৎসালয়ত বুধবাৰে ৰোগীসকলক চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷
অৰুণাচলৰ মিলিটাৰী চিকিৎসালয়ত সেনাৰ চিকিৎসকৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান - ARMY PROVIDES SUCCOUR TO CIVILIANS IN REMOTE AREAS OF INDIA - CHINA BORDER
বল অফ ফায়াৰ ডিভিজনৰ অন্তৰ্গত সেনাৰ চিকিৎসক সকলে আগবঢ়ায় এই সেৱা
অৰুণাচলৰ মিলিটাৰী চিকিৎসালয়ত সেনাৰ চিকিৎসকৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান
বল অফ ফায়াৰ ডিভিজনৰ অন্তৰ্গত সেনাৰ চিকিৎসকসকলে আগবঢ়োৱা এই চিকিৎসা সেৱাই স্বাস্থ্যজনিত ৰোগত ভুগি থকা লোকসকললৈ একমাত্ৰ আশাৰ ৰেঙণি কঢ়িয়াইছে ৷