তেজপুৰ,১২ ফেব্ৰুৱাৰী: ভাৰতীয় বায়ু সেনা বাহিনীৰ এয়াৰ অফিচাৰ কামাণ্ডিং-ইন-চিফ ইষ্টান কামাণ্ড এয়াৰ মাৰ্চেল আৰ ডি মাথুৰে বুধবাৰে হিমালয়ান পাদদেশৰ অৰুণাচল প্ৰদেশৰ জিৰ্ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড আৰু লিমকিং হেলিপেড পৰিদৰ্শন কৰে ৷ অৰুণাচল প্ৰদেশৰ পাইন পাহাৰৰে পৰিপূৰ্ণ জিৰ্ হৈছে নামনি সোৱনশিৰি জিলাৰ এখন অতি পুৰণি চহৰ ,আৰু এই ঠাইতে ভাৰতীয় বায়ু সেনা বাহিনীৰ তত্বাৱধনাত নিৰ্মিত এই এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড ২০১৬ চনৰ ১২ মাৰ্চ তাৰিখে উদ্ধোধন কৰা হৈছিল সেনা বাহিনীৰ জৰুৰীকালীন কাৰ্যকলাপ আৰু স্থানীয় লোকৰ সময়োপযোগী যোগাযোগ স্থাপন কৰিবৰ বাবে ৷
অৰুণাচলৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন বায়ু সেনা বাহিনীৰ ইষ্টান কামাণ্ডৰ
অৰুণাচল প্ৰদেশৰ পাইন পাহাৰৰে পৰিপূৰ্ণ জিৰ্ হৈছে নামনি সোৱনশিৰি জিলাৰ এখন অতি পুৰণি চহৰ ,আৰু এই ঠাইতে ভাৰতীয় বায়ু সেনা বাহিনীৰ তত্বাৱধনাত নিৰ্মিত এই এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড ২০১৬ চনৰ ১২ মাৰ্চ তাৰিখে উদ্ধোধন কৰা হৈছিল সেনা বাহিনীৰ জৰুৰীকালীন কাৰ্যকলাপ আৰু স্থানীয় লোকৰ সময়োপযোগী যোগাযোগ স্থাপন কৰিবৰ বাবে ৷
অৰুণাচলৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন বায়ু সেনা বাহিনীৰ ইষ্টান কামাণ্ডৰ