অসম

assam

ETV Bharat / state

নিৰাপত্তাহীনতাত ভূগি পদত্যাগ চিকিৎসকৰ

টীয়কত সংঘটিত ডাঃ দেৱেন দত্তৰ বৰ্বৰ হত্যাকাণ্ডৰ পিচত ৰাজ্যত ইজনৰ পিচত সিজন চিকিৎসকে পদত্যাগ কৰিছে ৷ শেহতীয়াকৈ পদত্যাগ কৰিছে শিৱসাগৰ জিলাৰ চিকিৎসক ডাঃ নবীন ফুকনে ৷

নিৰাপত্তাহীনতাত ভূগি পদত্যাগ চিকিৎসকৰ

By

Published : Sep 4, 2019, 9:33 PM IST

  • দেৱেন দত্তৰ হত্য়াকাণ্ডৰ পিচত নিৰাপত্তাহীনতাত ৰাজ্যৰ চিকিৎসকসকল ৷
  • ইজনৰ পিচত সিজন চিকিৎসকে কৰিছে পদত্যাগ ৷
  • প্ৰাণৰ মমতাত পদত্যাগ কৰিবলৈ বাধ্য হৈছে চিকিৎসকসকল ৷
  • শেহতীয়াকৈ পদত্যাগ কৰিছে শিৱসাগৰ জিলাৰ এগৰাকী চিকিৎসকে ৷
  • নাজিৰাৰ মেকিপুৰ চাহ বাগিছাৰ চিকিৎসক ডাঃ নবীন ফুকনে কৰিছে পদত্যাগ ৷
  • চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাই পদত্যাগ কৰে ডাঃ ফুকনে ৷

ABOUT THE AUTHOR

...view details