অসম

assam

ETV Bharat / state

নগাঁওত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আৰক্ষীৰ অভিযানত ছাইফুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে বস্তাই বস্তাই নিচাজাতীয় ঔষধ ।

By

Published : Apr 30, 2019, 12:03 PM IST

নগাঁওত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নগাঁও, ৩০ এপ্ৰিলঃ নগাওঁ বেঙেনাআটীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত দুই লক্ষাধিক টকাৰ ড্ৰাগছৰ লগতে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

নগাঁওত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

উল্লেখ্য যে, নগাঁৱত দীৰ্ঘদিন ধৰি চোৰাং ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকা অভিযোগ অনুসৰি নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ বেঙেনাআটীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় । আৰক্ষীৰ অভিযানত ছাইফুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে বস্তাই বস্তাই নিচাজাতীয় ঔষধ । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২ লাখতকৈও অধিক হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ত জড়িত কেবাজনকো আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

অধিক জানিবলৈ-কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

ABOUT THE AUTHOR

...view details