অসম

assam

ETV Bharat / state

চামগুৰিৰ ৰাজীৱ ভৱনত ৰকিবুল হুছেইন

চামগুৰিৰ বাজিয়াগাঁও ৰাজীৱ ভৱনত উপস্থিত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ কংগ্ৰেছ দলৰ দুজনকৈ প্ৰতিনিধিৰ দ্বাৰা পঞ্চায়ত সমূহলৈ বিতৰণ কৰে ইমিউনিটি বৃদ্ধিৰ বাবে ভিটামিন, মাস্ক আৰু চেনিটাইজাৰ ।

By

Published : May 21, 2021, 8:02 AM IST

চামগুৰিৰ ৰাজীৱ ভৱনত ৰকিবুল হুছেইন
চামগুৰিৰ ৰাজীৱ ভৱনত ৰকিবুল হুছেইন

চামগুৰি,21 মে’:বৃহস্পতিবাৰে চামগুৰিৰ বাজিয়াগাঁও ৰাজীৱ ভৱনত উপস্থিত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ অন্তৰ্গত পঞ্চায়ত সমূহলৈ কংগ্ৰেছ দলৰ দুজনকৈ প্ৰতিনিধিৰ দ্বাৰা বিতৰণ কৰে ইমিউনিটি বৃদ্ধিৰ বাবে ভিটামিন, মাস্ক আৰু চেনিটাইজাৰ ।

ইয়াৰ পাচতে চামগুৰিৰ ৰঙাগঢ়া, বিলপাৰ অঞ্চলত ক’ভিড আক্ৰান্তৰ গৃহতো সহায়ৰ হাত আগবঢ়ায় বিধায়ক হুছেইনে । আনকি আই চি ইউত চিকিৎসাধীন হৈ থকা চামগুৰিৰ যুৱক দেৱজিৎ নেওগৰ পৰিয়ালৰ কাষত থিয় হয় আৰু দেৱজিৎ নেওগৰ স্বাস্থ্য বুজ লয় জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

লগতে পঢ়ক:13 ঘন্টাৰ ভিতৰত ক’ভিডত নিঃশেষ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details