অসম

assam

ETV Bharat / state

চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক

বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল বুলি জানিব পৰা গৈছে ৷  খেতিপথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছিল লোকজনে ।

By

Published : May 16, 2019, 11:49 PM IST

চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক

চামগুৰি, 16 মেঃ চামগুৰিত হাতীৰ মৃত্যু৷ বনৰীয়া হাতীৰ মৃত্যুৰ কাৰণ বিচাৰি অভিযান আৰম্ভ বন বিভাগৰ ৷ বৃহস্পতিবাৰে প্ৰাথমিক পৰ্যায়ত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ লগতে বন আৰক্ষীৰ । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰে বন বিভাগে৷

চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক

বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল বুলি জানিব পৰা গৈছে ৷ খেতিপথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছিল লোকজনে । লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিদ্যুৎ সংযোগ কৰা তাঁৰ।

ABOUT THE AUTHOR

...view details