চামগুৰি, 16 মেঃ চামগুৰিত হাতীৰ মৃত্যু৷ বনৰীয়া হাতীৰ মৃত্যুৰ কাৰণ বিচাৰি অভিযান আৰম্ভ বন বিভাগৰ ৷ বৃহস্পতিবাৰে প্ৰাথমিক পৰ্যায়ত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ লগতে বন আৰক্ষীৰ । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰে বন বিভাগে৷
চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক - চামগুৰি
বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল বুলি জানিব পৰা গৈছে ৷ খেতিপথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছিল লোকজনে ।
চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক
বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল বুলি জানিব পৰা গৈছে ৷ খেতিপথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছিল লোকজনে । লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিদ্যুৎ সংযোগ কৰা তাঁৰ।